দেশৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে নাৰায়ণপুৰতো নেপালীসকলে আজি পালন কৰিছে তীজ উৎসৱ ৷ নেপালী তথা গোৰ্খা মহিলা জীয়াৰী আৰু বোৱাৰীসকলে আজি পুৱাৰে পৰা হৰিতালিকা ব্ৰত পালন কৰি বিয়লিৰে পৰা হৰ-গৌৰিক পুজা অৰ্চনা কৰে ৷ পত্নীয়ে স্বামীৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্যৰ বাবে আৰু জীয়াৰীসকলে মনপচন্দৰ বৰ লাভ কৰিবৰ বাবে এই পুঁজা কৰে ৷ নাৰায়ণপুৰৰ বিভিন্ন প্ৰান্তৰ লগতে চামগুৰি গাঁৱতো এই উৎসৱ পালন কৰা হয় ৷ গাঁৱসমুহত সমুহীয়াকৈ আৰু বহুতে পৰিয়ালৰ মাজত এই উৎসৱ পালন কৰে ৷ পুঁজাৰ অন্তত নেপালীসকলৰ লোকবাদ্য পৰিৱেশন কৰি নাচ গান কৰাৰ অন্তত অন্ন গ্ৰহণ কৰাৰ পাছত সামৰণি পৰিব এই উৎসৱ ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
नाता में चोरों का आतंक दुकान का ताला तोड़ चोरी गरीब 20000 का सामान लेकर हुए फरार
नांता में दुकान और तलवंडी-किशोरपुरा में घर में चोरी
कोटा। रविवार को नांता इलाके में किराना...
ગાંધીનગર : મુખ્યમંત્રી ભૂપેન્દ્ર પટેલે કોમનવેલ્થ ગેમ્સમાં મેડલ વિજેતાઓને સ્પોર્ટ્સ ટેલેન્ટ એવોર્ડ એનાયત કર્યો
મુખ્યમંત્રી ભૂપેન્દ્ર પટેલે ગાંધીનગરમાં યોજાયેલા એક કાર્યક્રમમાં કોમનવેલ્થ ગેમ્સ 2022માં વિવિધ...
পুনৰ অসম আৰক্ষীৰ দাদাগৰি!
পুনৰ অসম আৰক্ষীৰ দাদাগিৰি!
Farmers Protest : Shambhu Border पर क्या हालात हैं और किसान क्या कर रहे हैं? (BBC Hindi)
Farmers Protest : Shambhu Border पर क्या हालात हैं और किसान क्या कर रहे हैं? (BBC Hindi)
લીમડી દાહોદ હાઇવે ઉપર બે કાર વચ્ચે અકસ્માત વાકોલ પાટીયા નજીક બે કાર વચ્ચે અકસ્માત
લીમડી દાહોદ હાઇવે ઉપર બે કાર વચ્ચે અકસ્માત વાકોલ પાટીયા નજીક બે કાર વચ્ચે અકસ્માત