দেশৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে নাৰায়ণপুৰতো নেপালীসকলে আজি পালন কৰিছে তীজ উৎসৱ ৷ নেপালী তথা গোৰ্খা মহিলা জীয়াৰী আৰু বোৱাৰীসকলে আজি পুৱাৰে পৰা হৰিতালিকা ব্ৰত পালন কৰি বিয়লিৰে পৰা হৰ-গৌৰিক পুজা অৰ্চনা কৰে ৷ পত্নীয়ে স্বামীৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্যৰ বাবে আৰু জীয়াৰীসকলে মনপচন্দৰ বৰ লাভ কৰিবৰ বাবে এই পুঁজা কৰে ৷ নাৰায়ণপুৰৰ বিভিন্ন প্ৰান্তৰ লগতে চামগুৰি গাঁৱতো এই উৎসৱ পালন কৰা হয় ৷ গাঁৱসমুহত সমুহীয়াকৈ আৰু বহুতে পৰিয়ালৰ মাজত এই উৎসৱ পালন কৰে ৷ পুঁজাৰ অন্তত নেপালীসকলৰ লোকবাদ্য পৰিৱেশন কৰি নাচ গান কৰাৰ অন্তত অন্ন গ্ৰহণ কৰাৰ পাছত সামৰণি পৰিব এই উৎসৱ ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
শ্বপিয়ানত কাশ্মিৰী হিন্দু যুৱকক গুলিয়াই হত্যা সন্ত্ৰাসবাদীৰ
শ্বপিয়ান, ১৬ আগষ্ট। দক্ষিণ কাশ্মীৰৰ শ্বপিয়ান জিলাৰ চোটিগাম অঞ্চলত এজন কাশ্মীৰী হিন্দু যুৱকক...
Waqf Board को लेकर सियासी तनातनी जारी, Asaduddin Owaisi ने उठाए सवाल, JPC अध्यक्ष ने दिया जवाब
Waqf Board को लेकर सियासी तनातनी जारी, Asaduddin Owaisi ने उठाए सवाल, JPC अध्यक्ष ने दिया जवाब
Ayodhya के Ram Mandir को लेकर बोले Uddhav Thackeray -राम मंदिर मेरे पिता का भी सपना था | Aaj Tak
Ayodhya के Ram Mandir को लेकर बोले Uddhav Thackeray -राम मंदिर मेरे पिता का भी सपना था | Aaj Tak
જેસરના બેડા ગામે સિંહે 2 વ્યક્તિ પર કરેલ હુમલામાં ઇજાગ્રસ્તને મહુવાની જનરલ હોસ્પિટલમાં લવાયા.
જેસરના બેડા ગામે સિંહે 2 વ્યક્તિ પર કરેલ હુમલામાં ઇજાગ્રસ્તને મહુવાની જનરલ હોસ્પિટલમાં લવાયા.