তিনিচুকীয়াত কৰ ফাকিৰে চলি আছে কাপোৰৰ এখন বৃহৎ ক’লা বজাৰ, তাকে লৈ এতিয়া সৰৱ হৈ পৰিছে মটক যুৱ-ছাত্ৰ সন্মিলনৰ সাধাৰণ সম্পাদক সঞ্জয় গগৈ ৷ তিনিচুকীয়া মাকুম ৰ’ড, মানৱ কল্যাণ ৰ’ড, ন-পুখুৰী ৰ’ডৰ একাংশ ট্ৰেঞ্চপৰ্টৰ গোদামত তেনে কাপোৰেৰে উভৈনদী হৈ থকাৰ লগতে একাংশ দুষ্ট চক্ৰই মেনেজ কৰি ট্ৰেইনৰে প্ৰতিদিনে বিভিন্ন ট্ৰেঞ্চপৰ্টৰ কাপোৰ আহি আছে বুলি জানিব দিয়ে ৷ গতিকে এটা সুকীয়াকৈ বিভাগ থকাৰ পাছতো কেনেকৈ লাখ লাখ টকাৰ কৰ ফাকি দি এনে ব্যৱসায় চলাই যাব পাৰিছে বুলি প্ৰশ্ন কৰে গগৈয়ে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ભારત પાકિસ્તાન બોર્ડર ઉપર શરદપૂર્ણિમાનો કાર્યક્રમ યોજાયો
ભારત પાકિસ્તાન બોર્ડર ઉપર શરદપૂર્ણિમાનો કાર્યક્રમ યોજાયો
Postmortem करने वाली Manju Devi ने शराब, घिन, भूख और कमाई पर खुलासा कर दिया | GITN
Postmortem करने वाली Manju Devi ने शराब, घिन, भूख और कमाई पर खुलासा कर दिया | GITN
बांदा में एक ही परिवार के चार सदस्यों की हत्या, 8 साल के बच्चे को भी नहीं छोड़ा, एक हिरासत में
बांदा में एक ही परिवार के चार सदस्यों की हत्या, 8 साल के बच्चे को भी नहीं छोड़ा, एक हिरासत में...
Ahmedabad: BRTS બસમાં આગ લાગતાં અફરાતફરી, મુસાફરો સુરક્ષિત | VTV Gujarati
Ahmedabad: BRTS બસમાં આગ લાગતાં અફરાતફરી, મુસાફરો સુરક્ષિત | VTV Gujarati