তিনিচুকীয়াত কৰ ফাকিৰে চলি আছে কাপোৰৰ এখন বৃহৎ ক’লা বজাৰ, তাকে লৈ এতিয়া সৰৱ হৈ পৰিছে মটক যুৱ-ছাত্ৰ সন্মিলনৰ সাধাৰণ সম্পাদক সঞ্জয় গগৈ ৷ তিনিচুকীয়া মাকুম ৰ’ড, মানৱ কল্যাণ ৰ’ড, ন-পুখুৰী ৰ’ডৰ একাংশ ট্ৰেঞ্চপৰ্টৰ গোদামত তেনে কাপোৰেৰে উভৈনদী হৈ থকাৰ লগতে একাংশ দুষ্ট চক্ৰই মেনেজ কৰি ট্ৰেইনৰে প্ৰতিদিনে বিভিন্ন ট্ৰেঞ্চপৰ্টৰ কাপোৰ আহি আছে বুলি জানিব দিয়ে ৷ গতিকে এটা সুকীয়াকৈ বিভাগ থকাৰ পাছতো কেনেকৈ লাখ লাখ টকাৰ কৰ ফাকি দি এনে ব্যৱসায় চলাই যাব পাৰিছে বুলি প্ৰশ্ন কৰে গগৈয়ে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ब्रिटेन में कल चुनाव, ऋषि सुनक या कीर स्टार्मर, कौन होगा अगला PM
ब्रिटेन के लोगों के लिए आखिर वह पल आएगा है, जब वह अपने पसंदीदा प्रधानमंत्री का चुनाव करेंगे....
MERAPANISLUGNAME: PATIENT DEAD DUE TO WRONG TREATMENTমেৰাপানীত স্বয়ম্ভূ চিকিৎসকৰ ভুল চিকিৎসাৰ বাবেই
MERAPANI
SLUGNAME: PATIENT DEAD DUE TO WRONG TREATMENT
মেৰাপানীত স্বয়ম্ভূ চিকিৎসকৰ ভুল...
ঢকুৱাখনাৰ মৰনৈ চাপৰিত ক্ষুদ্ৰ উদ্যোগ স্থাপনেৰে স্বাৱলম্বী হোৱাৰ প্ৰয়াস শিক্ষিত যুৱক কুশল ভৰালী।
ঢকুৱাখনাৰ মৰনৈ চাপৰিত ক্ষুদ্ৰ উদ্যোগ স্থাপনেৰে স্বাৱলম্বী হোৱাৰ প্ৰয়াস শিক্ষিত যুৱক কুশল ভৰালী।...
गायरान अतिक्रमण धारकाचा संसार उघड्यावर पडू देणार नाही-ॲड.डॉ.अरुण जाधव
गायरान अतिक्रमण धारकाचा संसार उघड्यावर पडू देणार नाही-ॲड.डॉ.अरुण जाधव