ধেমাজি জিলা যোগাসন ষ্পৰ্টচ এচ’ছিয়েছনৰ উদ্যোগত চিলাপথাৰ চিটি চেন্টাৰ কম্প্লেক্সত আঠ দিনীয়া যোগসন প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হৈ যায় ৷ জিলা যোগাসন ষ্পৰ্টচ এচ’ছিয়েছনৰ কাৰ্যকৰী সদস্যা তথা ৰাজ্যিক পৰ্যায়ৰ যোগ বিচাৰক ৰুমি বৰপাত্ৰগোঁহাই আৰু বিজেন্টি নাৰ্জাৰী তত্বাৱধান অনুষ্ঠিত প্ৰশিক্ষণ শিবিৰৰ সামৰণি অনুষ্ঠানত জিলা যোগ ষ্পৰ্টচ এচ’ছিয়েছনৰ উপদেষ্টা নিতীশ নন্দী, জেষ্ঠ খেলুৱৈ-প্ৰশিক্ষক ৰঞ্জন চুতীয়া, জিলা যোগ ষ্পৰ্টচ এচ’ছিয়েছনৰ সম্পাদক পুলেন দাস, সহকাৰী সম্পাদক তথা প্ৰশিক্ষক নৱজ্যোতি সোনোৱাল উপস্থিত থাকি প্ৰশিক্ষাৰ্থীসকলক যোগাভ্যাস আৰু যোগাসনৰ উপকাৰীতাৰ বিষয়ে অৱগত কৰে ৷ উল্লেখযোগ্য যে সদ্য সমাপ্ত অসম যুৱ অলিম্পিকত ধেমাজি জিলা যোগ ষ্পৰ্টচ এচ’ছিয়েছনৰহৈ অংশগ্ৰহণ কৰা দুগৰাকী খেলুৱৈয়ে কলাত্মক যোগাসন প্ৰতিযোগিতাত বিজয়ীহৈ পদক লাভ কৰিবলৈ সক্ষম হৈছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ડભોઉ ગામે ખાતમુહૂર્ત કરાયું.
સોજીત્રા તાલુકાના ડભોઉ ગામે નવીન બનનાર કાસના ગરનાળાનું ખાતમુહૂર્ત કરવામાં આવ્યું હતું. આ સમયે...
नोएडा के ATS सोसायटी में#Prosperme#developers#द्वारा बड़े ही धूमधाम से मनाया गया हरियाली तीज महोत्सव
नोएडा के ATS सोसायटी में प्रोस्पर्म डेवलपर्स द्वारा बड़े ही धूमधाम से मनाया गया हरियाली तीज...
બોલિવૂડ અભિનેત્રા અમિતાભ બચ્ચન ને થયો કોરોના
જુનાગઢ નો પ્રવાસ રદ થઈ શકે છે
અમિતાભ બચ્ચનો કોરોના રિપોર્ટ પોઝિટિવ આવ્યો
બોલિવૂડ અભિનેત્રા અમિતાભ બચ્ચન ને થયો કોરોના
જુનાગઢ નો પ્રવાસ રદ થઈ શકે છે
...
Business News | Women Traders के शेयर और निवेश से जुड़े सवालों के मिलेंगे जवाब|Saas, Bahu Aur Sensex
Business News | Women Traders के शेयर और निवेश से जुड़े सवालों के मिलेंगे जवाब|Saas, Bahu Aur Sensex