সোণাৰিত টাই আহোম যুৱ পৰিষদ অসমৰ বিক্ষোভ কাৰ্যসূচী।
সোণাৰিত টাই আহোম যুৱ পৰিষদ অসমৰ বিক্ষোভ কাৰ্যসূচী।
টাই আহোম সকলক জনজাতিকৰণ, স্বায়ত্ব শাসন প্ৰদান কৰা আৰু আহোম জাতি মুৰ্দাবাদ ধ্বনি দিয়া ব্যক্তিসকলক গ্ৰেপ্তাৰৰ দাবী।
টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপা চৰাইদেউ জিলা সমিতিৰ উদ্যোগত এই বিক্ষোভ কাৰ্যসূচী।
 
  
  
   
  
   
  