আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিত ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰত সমূহ ভক্ত প্ৰাণ ৰাইজৰ লগতে সাংসদ গৌৰৱ গগৈয়ে শৰাই আগবঢ়োৱাৰ লগতে নেদেখা জনৰ ওচৰত আশিষ লয়।পৰিয়ালৰ লগতে ৰাজ্য আৰু দেশৰ মংগল কামনাৰে ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰৰ পালনামত অংশগ্ৰহণ কৰে। ঢেকীয়াখোৱা বৰ নামঘৰৰ পালনামত ভকত বৈষ্ণৱৰ সমানে সমানে হৰিনামত বিলীন হোৱা দেখিবলৈ পোৱা গ'ল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
शिवनेरी महाविद्यालयात बिरसा मुंडा यांची जयंती साजरी
आज दिनांक 17 रोजी आदिवासी जननायक विर बिरसा मुंडा यांची जयंती साजरी करण्यात आली. आपल्या कमि वयात...
21 September 2022
মাজুলীলৈ আগমন বিদেশী পৰ্যটকৰ
21 September 2022
শৰতৰ আগমনৰ লগে লগে মাজুলীলৈ আগমন দেশী বিদেশী পৰ্যটকৰ। মাজুলীত সুদূৰ ইজৰাইল,...
মেঘালয়ৰ বৰাপানীত অনুষ্ঠিত হৈ থকা RISING SUN WATER FESTIVAL 2022ত বৰ্ণাঢ্য কাৰ্যসূচী
মেঘালয়ৰ বৰাপানীত অনুষ্ঠিত হৈ থকা RISING SUN WATER FESTIVAL 2022ত বৰ্ণাঢ্য কাৰ্যসূচী
Vande Bharat Train ને ફરી નડ્યો અકસ્માત
વંદે ભારત ટ્રેનને ફરી નડ્યો અકસ્માત,
વલસાડ નજીક અતૂલ પાસે ટ્રેક પર ઢોર આવી જતા ટ્રેનને નડ્યો...