আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিত ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰত সমূহ ভক্ত প্ৰাণ ৰাইজৰ লগতে সাংসদ গৌৰৱ গগৈয়ে শৰাই আগবঢ়োৱাৰ লগতে নেদেখা জনৰ ওচৰত আশিষ লয়।পৰিয়ালৰ লগতে ৰাজ্য আৰু দেশৰ মংগল কামনাৰে ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰৰ পালনামত অংশগ্ৰহণ কৰে। ঢেকীয়াখোৱা বৰ নামঘৰৰ পালনামত ভকত বৈষ্ণৱৰ সমানে সমানে হৰিনামত বিলীন হোৱা দেখিবলৈ পোৱা গ'ল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
मुंबई एयरपोर्ट पर चार्टर्ड प्लेन क्रैश, 3 घायल:विमान 2 हिस्सों में टूटा, आग लगी; प्लेन भोपाल की दिलीप बिल्डकॉन कंपनी का
मुंबई एयरपोर्ट पर गुरुवार 14 सितंबर को एक चार्टर्ड प्लेन लैंडिंग के दौरान रनवे पर फिसलकर क्रैश हो...
২০ শতাংশ বানছ পাই উৎফুল্লিত চাহ বাগিচাৰ শ্ৰমিক, বাগানৰ কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন আটছা তিনিচুকীয়াৰ
২০ শতাংশ বানাছ পাই উৎফুল্লিত চাহ বাগিচাৰ শ্ৰমিক। বাগানৰ কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন আটছা...
মঙলদৈ পুনিয়াত ভয়াবহ পথ দুৰ্ঘটনা ।
মঙলদৈ পুনিয়াত ভয়াবহ পথ দুৰ্ঘটনা ।
पालकमंत्री अब्दुल सत्तार व आमदार नवघरे यांच्यात शाब्दिक चकमक
पालकमंत्री अब्दुल सत्तार व आमदार नवघरे यांच्यात शाब्दिक चकमक