কাকপথাৰত সংগীত বিদ্যালয়ৰ শুভ উদ্বোধন।কাকপথাৰ ডিৰাক অঞ্চলৰ সীমান্তৱৰ্তী সোণজান গাঁৱত যোৱা ২৮ আগষ্ট ২০২২ তাৰিখে উদ্বোধন কৰা হয় এখনি সংগীত বিদ্যালয় ৷ সোণজান সংগীত বিদ্যালয় নামৰ সংগীতৰ শিক্ষা প্ৰতিষ্ঠানটি নতুন প্ৰজন্মৰ সুবিধাৰ্থে প্ৰতিষ্ঠা কৰা হয় বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে ৷ অঞ্চলটোৰ কৰ্মোদ্যমী ব্যক্তি মনোৰঞ্জন নেওগ আৰু বাস্তৱ মৰাণৰ তত্ত্বাৱধানত গঢ় দিয়া প্ৰতিষ্ঠানটিৰ উদ্বোধনী অনুষ্ঠানত কেইবাগৰাকী সংগীতৰ লগত জড়িত ব্যক্তিৰ উপৰি স্থানীয় ৰাইজ উপস্থিত থাকে ৷ অঞ্চলটোৰ এগৰাকী সংগীত সংগঠক, সংগীত বিশাৰদ কিৰন মহন্ত, সদৌ মৰাণ ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি ভূলেন বৰুৱা, গীটাৰিষ্ট বুটন দোৱৰা, ধনজিৎ মহন্ত আদি ব্যক্তিসকলে অনুষ্ঠানটিৰ উদ্বোধনী অনুষ্ঠানটিত অংশগ্ৰহণ কৰি শোভাবৰ্ধন কৰে ৷ লগতে আগ্ৰহী সংগীত শিকাৰো সকলক প্ৰতিষ্ঠানটিলৈ আহি যোগাযোগ কৰিবৰ বাবে আহ্বান জনাইছে উদ্যোগতা সকলে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Business News |Futures & Option के जरिए किन Stocks में आज खरीदारी का बन रहा मौका? | Futures Express
Business News |Futures & Option के जरिए किन Stocks में आज खरीदारी का बन रहा मौका? | Futures...
এইবাৰ ঘোচ লৈ গ্ৰেপ্তাৰ হ'ল কৰ বিষয়া।
এইবাৰ ঘোচ লৈ গ্ৰেপ্তাৰ হ'ল কৰ বিষয়া। GSTৰ অনলাইন সক্ৰিয়কৰণৰ নামত ঘোচ লওঁতেই দুৰ্নীতি নিবাৰক শাখাই...
ડીસા તાલુકા વિકાસ અધિકારીએ કચેરી પાસે સખી મંડળના સંચાલકોને નોટિસ આપતા ભારે રોષ
ડીસા તાલુકા વિકાસ અધિકારીએ કચેરી પાસે સખી મંડળના સંચાલકોને નોટિસ આપતા ભારે રોષ
पंचायत समिती गडचिरोली अंतर्गत स्वातंत्र्याचा अमृत महोत्सव निमीत्त विविध ऊपक्रमाचे आयोजन
पंचायत समिती, गडचिरोली अंतर्गत स्वातंत्र्याचा अमृत महोत्सवा निमीत्त विविध उपक्रमांचे आयोजन...