কাকপথাৰত সংগীত বিদ্যালয়ৰ শুভ উদ্বোধন।কাকপথাৰ ডিৰাক অঞ্চলৰ সীমান্তৱৰ্তী সোণজান গাঁৱত যোৱা ২৮ আগষ্ট ২০২২ তাৰিখে উদ্বোধন কৰা হয় এখনি সংগীত বিদ্যালয় ৷ সোণজান সংগীত বিদ্যালয় নামৰ সংগীতৰ শিক্ষা প্ৰতিষ্ঠানটি নতুন প্ৰজন্মৰ সুবিধাৰ্থে প্ৰতিষ্ঠা কৰা হয় বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে ৷ অঞ্চলটোৰ কৰ্মোদ্যমী ব্যক্তি মনোৰঞ্জন নেওগ আৰু বাস্তৱ মৰাণৰ তত্ত্বাৱধানত গঢ় দিয়া প্ৰতিষ্ঠানটিৰ উদ্বোধনী অনুষ্ঠানত কেইবাগৰাকী সংগীতৰ লগত জড়িত ব্যক্তিৰ উপৰি স্থানীয় ৰাইজ উপস্থিত থাকে ৷ অঞ্চলটোৰ এগৰাকী সংগীত সংগঠক, সংগীত বিশাৰদ কিৰন মহন্ত, সদৌ মৰাণ ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি ভূলেন বৰুৱা, গীটাৰিষ্ট বুটন দোৱৰা, ধনজিৎ মহন্ত আদি ব্যক্তিসকলে অনুষ্ঠানটিৰ উদ্বোধনী অনুষ্ঠানটিত অংশগ্ৰহণ কৰি শোভাবৰ্ধন কৰে ৷ লগতে আগ্ৰহী সংগীত শিকাৰো সকলক প্ৰতিষ্ঠানটিলৈ আহি যোগাযোগ কৰিবৰ বাবে আহ্বান জনাইছে উদ্যোগতা সকলে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ભારતનું પુરાતન બંદર એવા લોથલ ખાતે ભારતના સમૃદ્ધ દરિયાઈ વારસાને પુનર્જીવિત કરવા માટે રૂ. ૩,૫૦૦ કરોડના ખર્ચે નેશનલ મેરિટાઈમ હેરિટેજ કોમ્પ્લેક્ષનું નિર્માણ થશે
લોથલમાં નેશનલ મેરિટાઈમ હેરિટેજ કોમ્પ્લેક્સ પ્રોજેક્ટની વર્ચ્યુઅલી સમીક્ષા કરતા વડાપ્રધાનશ્રી...
किशन बने कर्मचारी महासंघ भामस के दबलाना उपशाखा अध्यक्ष
किशन बने कर्मचारी महासंघ भामस के दबलाना उपशाखा अध्यक्ष
बून्दी। राजस्थान राज्य कर्मचारी महासंघ...
अंतरराष्ट्रीय वृद्धदिवस पर वृद्धजनों का किया सम्मान - इनर व्हील क्लब कोटा नॉर्थ ने मेडिकल केम्प लगाया और किया सम्मानित
इनरव्हील क्लब कोटा नॉर्थ द्वारा अंतर्राष्ट्रीय वृद्ध दिवस पर रंगबाडी में संचालित भारतमाता सेवा...