👉 *শোনিতপুৰৰ অকাবস্তিত পুনৰ ড্ৰাগছ জব্দ*

👉 *চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত অকাবস্তিত জব্দ কৰিছে ড্ৰাগছ*

👉 *চাৰিদুৱাৰ আৰক্ষীয়ে এক গোপন সুত্ৰৰ পম খেদি আজি জব্দ কৰে ১৫ টাকৈ ড্ৰাগছ ভৰ্টি কন্তেইনাৰ, ১৩৩৫০ টকা সহ AS 12 AE 7825 নম্বৰৰ এখন মটৰ চাইকেল*

👉 *ঘটনা সন্দৰ্ভত আটক মষ্ট ৱান্টেড ৰচিদুল হক(২৪)*

👉 *ৰচিদুল হকে বিগত কেইবাদিন ধৰি অকাবস্তি অঞ্চলত ড্ৰাগছ সৰবৰাহ কৰি আহিছিল*

👉 *জব্দকৃত ড্ৰাগছখিনিৰ মূল্য প্ৰায় ১ লক্ষাধিক টকাৰ বুলি আৰক্ষী সূত্ৰত প্ৰকাশ*