উখল মাখল পৰিবেশ টিংখাং মহাবিদ্যালয়ৰ চৌদিশ । বৃহস্পতি বাৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হব মহাবিদ্যালয়খনৰ সোণালী জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠান। মাজত মাত্ৰ এটা দিন। এই গৌৰৱোজ্জ্বল ইতিহাসৰ সাক্ষী হবলৈ সাজু হৈছে টিংখাঙৰ ৰাইজ । মহাবিদ্যালয়ৰ বৰ্ণিল কাৰ্যক্ৰমৰ প্ৰস্তুতি দিনে-নিশাই অব্যাহত ৰাখিছে উদ্যাপন সমিতি লগতে মহাবিদ্যালয়খনৰ পৰিয়ালবৰ্গই । নিৰ্মাণ কৰা হৈছে আটকধুনীয়া মূল আদৰণী তোৰণ, মূল মণ্ডপ আদিৰ লগতে অতিথিক আপ্যায়ন কৰিবলৈ ছাত্র ছাত্ৰী পৰা অধ্যক্ষ -অধ্যাপিকালৈ সকলো ব্যস্ত হাজাৰ হাজাৰ লাডু বনোৱাত। উল্লেখযোগ্য যে, ৰাইজৰ দান বৰঙণিৰ ফলত ১৯৭২ চনৰ ১ ছেপ্টেম্বৰত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হোৱা মহাবিদ্যালয় খনৰ এই সোণালী ইতিহাসৰ পঞ্চাশ বছৰীয়া স্মৃতি ৰোমন্থনৰ বাবে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হব টিংখাং মহাবিদ্যালয়ৰ সোণালী জযন্তী সমাৰোহৰ সামৰণি অনুষ্ঠান। যাৰ বাবে এতিয়া গ্ৰামাঞ্চলৰ মহাবিদ্যালয় খনৰ চৌহদত সৃষ্টি হৈছে এই উখল মাখল পৰিবেশৰ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ખાંભા તાલુકાના આંબલિયાળા પ્રા શાળામાં શિક્ષકોની બદલી થતાં વિદાય કાર્યક્રમ યોજાયો
શ્રી આંબલીયાળા પ્રા. શાળાના એક શ્રેષ્ઠ શિક્ષક, ઉમદા વ્યક્તિ અને સતત પ્રવૃત્તિશીલ...
‘સરકારની ભૂલના કારણે કંઈ થયું હોય તો ચૂંટણી પરિણામ પર અસર પડે’ મોરબી દુર્ઘટના અંગે વજુભાઈનું નિવેદન
‘સરકારની ભૂલના કારણે કંઈ થયું હોય તો ચૂંટણી પરિણામ પર અસર પડે’ મોરબી દુર્ઘટના અંગે...
लौह पुरुष सरदारवल्लभ भाई पटेल के जन्मजयंती पर जी/149 बटालियन सीआरपीएफ के द्वारा साइकिल रैली
लौह पुरुष सरदारवल्लभ भाई पटेल के जन्मजयंती पर जी/149बटालियन सीआरपीएफ केद्वारा साइकिल रैलीनिकाली गई
JETPUR જેતપુર જામકંડોરણા બેઠક પર કોંગ્રેસના દિપક વેકરીયાનું નામ જાહેર થયું 11 11 2022
JETPUR જેતપુર જામકંડોરણા બેઠક પર કોંગ્રેસના દિપક વેકરીયાનું નામ જાહેર થયું 11 11 2022
माजी मुख्यमंत्री वसंतराव नाईक यांच्या पुतळ्याची बंजारा समाजाने काढली उदगीर शहरातून मिरवणूक
माजी मुख्यमंत्री वसंतराव नाईक यांच्या पुतळ्याची बंजारा समाजाने काढली उदगीर शहरातून मिरवणूक