পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিল সোণাৰিৰ বোৱাৰী পূৰ্ণিমা দিহিঙ্গীয়া। মুম্বাইত অনুষ্ঠিত মিষ্টাৰ আৰু মিছেছ এছ ডি ইউনিভাৰ্চ প্ৰতিযোগিতাত খিতাপ অৰ্জন সোণাৰিৰ বোৱাৰী গৰাকীৰ। যোৱা ২৫ আৰু ২৬ আগষ্টত Sky Plus Multimedia & sadak productionৰ বেনাৰত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ মিছেছ এছ ডি ইউনিভাৰ্চ শাখাত বিজয়ী হৈ সোণাৰিলৈ গৌৰৱ কঢ়িয়াই আনিছে পূৰ্ণিমাই। উল্লেখ্য যে এগৰাকী বোৱাৰী হৈ ঘৰ তথা পৰিয়ালৰ নিত্যনৈমিত্তিক কৰ্মত ব্যস্ত থকাৰ মাজতে সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিগত সময়তো বহু কেইটা ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি গৌৰৱ কঢ়িয়াই আনিছিল সোণাৰিৰ এইগৰাকী বোৱাৰীয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ছিকিমত ডাৱৰ বিস্ফোৰণৰ ভয়ংকৰ ৰূপ ধাৰণ
ছিকিমৰ লহনাক হ্ৰদত সংঘটিত ডাৱৰ বিস্ফোৰণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। এই বিস্ফোৰণৰ ফলত তিষ্টা নদীৰ...
Kia India का अर्धसैनिक और केंद्रीय पुलिस फोर्स को तोहफा! अब कम दाम में खरीद सकेंगे Seltos और Sonet जैसी गाड़ियां
किआ सेल्टोस सोनेट और कैरेंस KPKB के तहत 119 मास्टर कैंटीन और 1900 से अधिक सहायक कैंटीन में उपलब्ध...
अंकिता लोखंडे ने टाइट ड्रेस में दिखाय अदाओं का जलवा
अंकिता लोखंडे की इन फोटोज पर फैन्स ने जमकर प्यार बरसाया है. अंकिता की इन फोटो पर कुछ ही घंटों में...
टैक्स बार एसोसिएशन कोटा की केंद्रीय बजट पर सेमिनार आयोजित
टैक्स बार एसोसिएशन की दी इंस्टिट्यूट ऑफ कॉस्ट एकाउंटेंट्स ऑफ इंडिया कोटा चैप्टर के साथ बंसत विहार...