পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিল সোণাৰিৰ বোৱাৰী পূৰ্ণিমা দিহিঙ্গীয়া। মুম্বাইত অনুষ্ঠিত মিষ্টাৰ আৰু মিছেছ এছ ডি ইউনিভাৰ্চ প্ৰতিযোগিতাত খিতাপ অৰ্জন সোণাৰিৰ বোৱাৰী গৰাকীৰ। যোৱা ২৫ আৰু ২৬ আগষ্টত Sky Plus Multimedia & sadak productionৰ বেনাৰত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ মিছেছ এছ ডি ইউনিভাৰ্চ শাখাত বিজয়ী হৈ সোণাৰিলৈ গৌৰৱ কঢ়িয়াই আনিছে পূৰ্ণিমাই। উল্লেখ্য যে এগৰাকী বোৱাৰী হৈ ঘৰ তথা পৰিয়ালৰ নিত্যনৈমিত্তিক কৰ্মত ব্যস্ত থকাৰ মাজতে সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিগত সময়তো বহু কেইটা ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি গৌৰৱ কঢ়িয়াই আনিছিল সোণাৰিৰ এইগৰাকী বোৱাৰীয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ધાનેરા વિધાનસભા બેઠક પર માવજીભાઈ દેસાઇએ અપક્ષ ઉમેદવારી નોંધાવી
ધાનેરામાં માવજીભાઈ દેસાઈના સમર્થનમાં હજારો લોકો ઉમટ્યાં….!
ધાનેરા બેઠક ઉપર માવજીભાઈ...
મોંઘીદાટ કાર પાછળ પોસ્ટર લગાવી વિરોધ કરતા કાર ચાલક 2022 | Spark Today News
મોંઘીદાટ કાર પાછળ પોસ્ટર લગાવી વિરોધ કરતા કાર ચાલક 2022 | Spark Today News
আঙুৰলতা ডেকাৰ শেহতীয়া মন্তব্যত ভাইৰেল সামাজিক মাধ্যম
বিজেপী নেত্ৰী আঙুৰলতা ডেকাৰ শেহতীয়া এটা মন্তব্যই তোলপাৰ লগাইছে সামাজিক মাধ্যমত ।
বিজেপী...
ई-वेस्ट को लेकर केंद्र सरकार ने उठाया बड़ा कदम, स्मार्टफोन और लैपटॉप की औसत आयु होगी सिर्फ पांच साल
देश के लिए बड़ी समस्या बनते जा रहे ई-वेस्ट से निपटने के लिए एक अप्रैल 2023 से प्रभावी हुए इन नए...