বিশ্বৰ বৃহত্তম নদীদ্বীপ মাজুলীয়ে ২০১৬ চনৰ ১৮ চেপ্তেম্বৰ তাৰিখে জিলা হিচাপে স্বীকৃতি লাভ কৰাৰে পৰা অহা ৮ চেপ্তেম্বৰ, ২০২২ তাৰিখত সপ্তম বৰ্ষত ভৰি দিব। এনে এক শুভ ক্ষণত আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে অসম চৰকাৰৰ নিৰ্দেশ অনুসৰি অহা ৬ চেপ্তেম্বৰৰ পৰা ৮ চেপ্তেম্বৰ, ২০২২ তাৰিখলৈ তিনিদিনীয়া কাৰ্যসূচীৰে উলহ-মালহেৰে মাজুলী জিলা দিৱস উদযাপন কৰা হ'ব। জিলা দিবসটি যাতে এক চৰকাৰী কাৰ্যসূচীৰ ৰূপতে সীমাবদ্ধ হৈ নৰয়, তাৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনৰ সকলো চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, ৰাজহুৱা তথা ব্যক্তিগত অনুষ্ঠান - প্ৰতিষ্ঠান, চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠান, সংঘ, সত্ৰ, নামঘৰ, মন্দিৰ, দল-সংগঠন, সংস্থা সকলোকে স্বতঃস্ফূর্তভাৱে উলহ-মালহেৰে জিলা দিৱস উদযাপনৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰিবলৈ আহবান জনাইছে উপায়ুক্ত পুলক মহন্তই । নিজা চিন্তাধাৰা, সামর্থ অনুসৰি বাৰেৰহনীয়া কাৰ্যসূচী অনুষ্ঠিত কৰাৰ লগতে জিলা প্ৰশাসনৰ তৰফৰ পৰা আয়োজন কৰা কাৰ্যসূচী সমূহত অংশ লৈ জিলা দিৱসটি সফল কৰি তুলিবলৈ বিনম্ৰ আহ্বান জনাইছে মাজুলী জিলাৰ উপায়ুক্ত পুলক মহন্তয়ে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ડીસા 13 વિધાનસભાના અપક્ષ ઉમેદવારનું ભોયણ ગામે ભવ્ય સ્વાગત કરાયું..
ડીસા 13 વિધાનસભાના અપક્ષ ઉમેદવારનું ભોયણ ગામે ભવ્ય સ્વાગત કરાયું..
पृथ्वीवर प्राणवायूची निर्मिती करण्यासाठी समुद्राची महत्त्वाची भूमिका:अप्पर जिल्हाधिकारी अमोल यादव
समुद्र हा वातावरणाचे संतुलन ठेवण्यासाठी आणि जगातील लाखो लोकांकरिता पाण्याचा प्रमुख स्रोत आहे....
শিশু শিল্পী অভিৰাজ বৰগোঁহাইক সহযোগ কৰিব বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে
শিশু শিল্পী অভিৰাজ বৰগোঁহাইক সহযোগ কৰিব বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে।
BANASKATHA // બનાસકાંઠા LCB એ બે વર્ષથી ગુમ થયેલા વ્યક્તિનો ભેદ ઉકેલી એક મહિલા સહીત ત્રણને ઝડપી પાડી કાયદેસરની કાર્યવાહી હાથ ધરી..
પ્રેમિકા બીજા સાથે પ્રેમનો વહેમ રાખી અવાર-નવાર ઝગડા કરતા પ્રેમીને મનમાં લાગી આવતા આત્મહત્યા કરી...
মৰাণহাট নাট্যমন্দি ৰত বিজেপিৰ মৰাণ মণ্ডলৰ কাৰ্য্যনিৰ্বাহক সভা সম্পন্ন, উপস্থিত জিলা বিজেপিৰ সভাপতি লক্ষীনাথ তাছা।
চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত মৰাণহাটত অৱস্থিত মিলিত শিল্পী সমাজৰ নাট্যমন্দিৰত বিজেপিৰ...