বিশ্বৰ বৃহত্তম নদীদ্বীপ মাজুলীয়ে ২০১৬ চনৰ ১৮ চেপ্তেম্বৰ তাৰিখে জিলা হিচাপে স্বীকৃতি লাভ কৰাৰে পৰা অহা ৮ চেপ্তেম্বৰ, ২০২২ তাৰিখত সপ্তম বৰ্ষত ভৰি দিব। এনে এক শুভ ক্ষণত আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে অসম চৰকাৰৰ নিৰ্দেশ অনুসৰি অহা ৬ চেপ্তেম্বৰৰ পৰা ৮ চেপ্তেম্বৰ, ২০২২ তাৰিখলৈ তিনিদিনীয়া কাৰ্যসূচীৰে উলহ-মালহেৰে মাজুলী জিলা দিৱস উদযাপন কৰা হ'ব। জিলা দিবসটি যাতে এক চৰকাৰী কাৰ্যসূচীৰ ৰূপতে সীমাবদ্ধ হৈ নৰয়, তাৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনৰ সকলো চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, ৰাজহুৱা তথা ব্যক্তিগত অনুষ্ঠান - প্ৰতিষ্ঠান, চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠান, সংঘ, সত্ৰ, নামঘৰ, মন্দিৰ, দল-সংগঠন, সংস্থা সকলোকে স্বতঃস্ফূর্তভাৱে উলহ-মালহেৰে জিলা দিৱস উদযাপনৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰিবলৈ আহবান জনাইছে উপায়ুক্ত পুলক মহন্তই । নিজা চিন্তাধাৰা, সামর্থ অনুসৰি বাৰেৰহনীয়া কাৰ্যসূচী অনুষ্ঠিত কৰাৰ লগতে জিলা প্ৰশাসনৰ তৰফৰ পৰা আয়োজন কৰা কাৰ্যসূচী সমূহত অংশ লৈ জিলা দিৱসটি সফল কৰি তুলিবলৈ বিনম্ৰ আহ্বান জনাইছে মাজুলী জিলাৰ উপায়ুক্ত পুলক মহন্তয়ে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
গোলাঘাট ৰ মুৰফুলনীত ৬৮তম্ বণ্যপ্ৰানী সপ্তাহ উদ্ যাপন।
সমগ্ৰ অসমত ১অক্টোবৰ পৰা ৭ অক্টোবৰলৈ বন বিভাগে বণ্যপ্ৰানী সপ্তাহ পালন কৰি আহিছে।
গোলাঘাট ৰ মুৰফুলনীত ৬৮তম্ বণ্যপ্ৰানী সপ্তাহ উদ্ যাপন।
সমগ্ৰ অসমত ১অক্টোবৰ পৰা ৭ অক্টোবৰলৈ...
અંબાજી નજીક કૈલાશ ટેકરી પાસે સર્જાયો અકસ્માત..
અંબાજી નજીક કૈલાશ ટેકરી પાસે સર્જાયો અકસ્માત..
महसुल विभागाने नागरिकांना वेळेत सुविधा उपलब्ध करुन द्याव्यात
: विभागीय आयुक्त सुनील केंद्रेकर
• प्रशासकीय कामासोबत आपल्या भागातील ऐतिहासिक वारसे जतन करावेत
...
Bihar Political Crisis Updates: नई सरकार बनाते ही RJD पर एक्शन शुरू, स्पीकर के खिलाफ भेजा नोटिस
Bihar Political Crisis Updates: नई सरकार बनाते ही RJD पर एक्शन शुरू, स्पीकर के खिलाफ भेजा नोटिस