সংকটৰ গৰাহত পৰিছে ৰঙিয়াৰ ঐতিহাসিক আৰিমত্ত গড় । যোৱা ১৬ জুনত হোৱা প্ৰলয়ংকাৰী বানে ইতিহাস প্ৰসিদ্ধ গড়টো মাদৈকাটাত এশ ফুট পৰ্যন্ত ভাঙি গৈছে । উল্লেখযোগ্য যে মাদৈকাটাৰ লগতে কাউৰবাহাকে ধৰি কেইবাখনো গাঁৱৰ সহস্ৰাধিক লোকক পুঠিমাৰী নৈৰ বাঢ়নি পানীৰ পৰা ৰক্ষা কৰি আছিল এই গড়টোৱে । কিন্তু এইবাৰ বানৰ প্ৰৱল সোঁতে গড়টো ভাঙি পেলোৱাৰ পিছত বহু গাঁও জলমগ্ন হৈ পৰে । ঐতিহ্যমণ্ডিত এই গড়টোৱে ৰঙিয়াৰ বাবে এক সুকীয়া পৰিচয় বহন কৰাৰ লগতে বছৰ বছৰ ধৰি এই অঞ্চলটোক সুৰক্ষাও প্ৰদান কৰি আহিছিল। কিন্তু এইবাৰ বলিয়া বানত গড়টো ভাঙি যোৱাৰ ফলত অঞ্চলটো প্লাবিত হোৱাৰ লগতে ঐতিহ্যমণ্ডিত গড়টোৰ অস্তিত্বও বিপদাপন্ন হৈ পৰিছে । স্থানীয় লোকে অঞ্চলটোৰ সুৰক্ষাৰ লগতে ঐতিহাসিক সমল থকা এই গড়টো সুৰক্ষিত কৰাৰ বাবে চৰকাৰক অতি শীঘ্ৰে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
વાલોડ તાલુકા ભારતીય જનતા પાર્ટી દ્વારા સ્થાપના દિવસની ઉજવણી કરવામાં આવી
વાલોડ તાલુકા ભારતીય જનતા પાર્ટી દ્વારા તારીખ 6 એપ્રિલ ના રોજ સ્થાપના દિવસની ઉજવણી કરવામાં આવી...
পাম অইল প্ৰসেচিং কাৰখানা আধাৰশিলা স্থাপন
পাম অইল প্ৰসেচিং কাৰখানা আধাৰশিলা স্থাপন
LIVE હીંદુ ધર્મનો ત્યાગ કરી બૌધિષ્ટ બનેલ ૯૫૪ લોકોને આપવામાં આવેલ બોધપાઠ
LIVE હીંદુ ધર્મનો ત્યાગ કરી બૌધિષ્ટ બનેલ ૯૫૪ લોકોને આપવામાં આવેલ બોધપાઠ
Himachal में जल प्रलय: घंटों चला Rescue Operation, 105 की बचाई जान | वनइंडिया हिंदी | *News
Himachal में जल प्रलय: घंटों चला Rescue Operation, 105 की बचाई जान | वनइंडिया हिंदी | *News