সংকটৰ গৰাহত পৰিছে ৰঙিয়াৰ ঐতিহাসিক আৰিমত্ত গড় । যোৱা ১৬ জুনত হোৱা প্ৰলয়ংকাৰী বানে ইতিহাস প্ৰসিদ্ধ গড়টো মাদৈকাটাত এশ ফুট পৰ্যন্ত ভাঙি গৈছে । উল্লেখযোগ্য যে মাদৈকাটাৰ লগতে কাউৰবাহাকে ধৰি কেইবাখনো গাঁৱৰ সহস্ৰাধিক লোকক পুঠিমাৰী নৈৰ বাঢ়নি পানীৰ পৰা ৰক্ষা কৰি আছিল এই গড়টোৱে । কিন্তু এইবাৰ বানৰ প্ৰৱল সোঁতে গড়টো ভাঙি পেলোৱাৰ পিছত বহু গাঁও জলমগ্ন হৈ পৰে । ঐতিহ্যমণ্ডিত এই গড়টোৱে ৰঙিয়াৰ বাবে এক সুকীয়া পৰিচয় বহন কৰাৰ লগতে বছৰ বছৰ ধৰি এই অঞ্চলটোক সুৰক্ষাও প্ৰদান কৰি আহিছিল। কিন্তু এইবাৰ বলিয়া বানত গড়টো ভাঙি যোৱাৰ ফলত অঞ্চলটো প্লাবিত হোৱাৰ লগতে ঐতিহ্যমণ্ডিত গড়টোৰ অস্তিত্বও বিপদাপন্ন হৈ পৰিছে । স্থানীয় লোকে অঞ্চলটোৰ সুৰক্ষাৰ লগতে ঐতিহাসিক সমল থকা এই গড়টো সুৰক্ষিত কৰাৰ বাবে চৰকাৰক অতি শীঘ্ৰে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম দিৱস উদযাপনৰ দিনা ডুমডুমাত কি কলে জনপ্ৰিয় কণ্ঠশিল্পী ইউৰেকা বৰুৱাই
সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম দিৱস উদযাপনৰ দিনা ডুমডুমাত কি কলে জনপ্ৰিয় কণ্ঠশিল্পী ইউৰেকা বৰুৱাই
લોકોને અચભીત કરતો અવકાશી નજારો જોવા મળ્યો .એક સાથે એક લાઈન માં ત્રણ ગ્રહ જોવા મળ્યા.ખગોળ પ્રેમી માં આનંદ
આજે લોકો અચભીત થાય તેવી ઘટના અવકાશ માં જોવા મળી હતી જેમાં ચંદ્ર ની સીધી લાઈન માં અન્ય બે ટમ ટમ તા...
आता वेध आदिशक्तीच्या आगमनाची:1294 देवींच्या मूर्त्याचे आगमन। होणार
दोन वर्षांच्या संस्कारानंतर आता नवरात्रोत्सव थाटामाटात साजरा होणार आहे. नवरात्रोत्सव सुरू होण्यास...
Indian Famous Magician Vicky Krish Brings International Magic Show to Bengaluru.
Indian Famous Magician Vicky Krish Brings International Magic Show to Bengaluru.
তিনিচুকীয়াত আইন সেৱা শিবিৰৰ উদ্ধোধনী অনুষ্ঠানত উপস্থিত গুৱাহাটী উচ্চ ন্যায়লয়ৰ মুখ্য ন্যায়াধীশ আৰ.এম.চায়া
তিনিচুকীয়া আইন সেৱা শিবিৰৰ উদ্ধো
জিলা আইন সেৱা প্ৰাধিকৰণ,তিনিচুকীয়াৰ সৌজন্যত আৰু অসম...