ঐতিহাসিক শ্ৰীশ্ৰীশিয়ালা বৈষ্ণৱ,দেওমৰনৈ সত্ৰৰ পুখুৰীত মেলিলে এটি দুষ্প্ৰাপ্য কাছ ৷ দৰং জিলাৰ লক্ষীমপুৰ গাঁৱৰ বিশিষ্ট মৎস্য পালক, উদ্যোগী যুৱক মোহন শৰ্মাই দুষ্প্ৰাপ্য কাছ এটি উদ্ধাৰ কৰি ঐতিহাসিক শ্ৰীশ্ৰীশিয়ালা বৈষ্ণৱ দেওমৰনৈ সত্ৰৰ পুখুৰীত মেলি দিয়ে ৷ সোমবাৰে মোহন শৰ্মাই পৰিয়ালসহ সত্ৰখনত উপস্থিত হৈ শৰাই নৈবদ্য আগবঢ়াই শিয়ালা গোসাইক অৰ্চনা কৰাৰ পিচতে মাঙ্গলিক ৰীতিনীতিৰে কাছটি পুখুৰীত মেলি দিয়ে ৷ মোহন শৰ্মাৰ এনে মহানুভৱতাক সকলোৱে প্ৰশংসা কৰিছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ભારતની હાઈ સ્પીડ ‘વંદે ભારત ટ્રેન’માં મુસાફરી કરવા માટે થઈ જાઓ તૈયાર | #SHORTS
ભારતની હાઈ સ્પીડ ‘વંદે ભારત ટ્રેન’માં મુસાફરી કરવા માટે થઈ જાઓ તૈયાર | #SHORTS
इंटरनेट नहीं, ये है माया का जाल, हैकर की चाल हुई कामयाब तो चुटकियों में हो जाएंगे कंगाल; ऐसे रहें सुरक्षित
डिजिटल युग में इंटरनेट का इस्तेमाल हमारी रोजाना की जिंदगी का हिस्सा बन गया है। हालांकि यही...
બનાસકાંઠા ગ્રાહક અદાલતનો ઐતિહાસિક ચુકાદો...
બનાસકાંઠા ગ્રાહક અદાલતનો ઐતિહાસિક ચુકાદો...
New Parliament में जब मिले PM Modi और विपक्ष के नेता तो तस्वीरें वायरल हो गईं!
New Parliament में जब मिले PM Modi और विपक्ष के नेता तो तस्वीरें वायरल हो गईं!
বুঢ়ীনগৰ মহাবিদ্যালয়ৰ চল্লিশ সংখ্যক প্ৰতিষ্ঠা দিৱস সম্পন্ন
বুঢ়ীনগৰ মহাবিদ্যালয়ৰ চল্লিশ সংখ্যক প্ৰতিষ্ঠা দিৱস সম্পন্নঃতিনিগৰাকী বিশিষ্ট ব্যক্তিক...