কাজিৰঙাত চৰম দৰিদ্ৰতাৰ মাজত দিন অতিবাহিত কৰিছে বৃদ্ধ দম্পতীয়ে।কন্যা সন্তানক লৈ পশ্চিম কাজিৰঙা গাওঁ পঞ্চায়তৰ অধীনৰ ৰঙাজানত দুৰ্বিসহ জীৱন যাপন বিৰবল গোৱালা আৰু সুকন্তী গোৱালাৰ।চৰকাৰী কোনো আচনিয়ে আজিপৰ্যন্ত ঢুকি পোৱা নাই পৰিয়ালটোক ফলত জৰাজীৰ্ণ এটা সৰু ঘৰতে বাস কৰিবলগীয়া হৈছে তেওলোকে।কংগ্ৰেছ চৰকাৰৰ দিনত তেওলোকক ঘৰ দিয়াৰ ব্যৱস্থা কৰা হৈছিল যদিও ১০ হাজাৰ টকা উৎকোচ দিব নোৱাৰাৰ বাবেই গৃহ লাভ নকৰিলে দম্পতিহালে।ইপিনে বৰ্তমান বিজেপি চৰকাৰৰ দিনতো পঞ্চায়তৰ ফালৰ পৰা বহুবাৰ ঘৰ দিয়া হ'ব বুলি প্ৰতিশ্ৰুতি দিয়া হৈছিল যদিও সকলো অসাৰ প্ৰতিপন্ন হল।সামান্য বতাহ, বৰষুণ আহিলেই আনৰ ঘৰত আশ্ৰয় লবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় পৰিয়ালটোৰ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
গোৰেশ্বৰৰ ৰামছাঝাৰত আমছুৰ গোৰেশ্বৰ আঞ্চলিক সমিতিৰ সাধাৰণ সভা#news24update #news #views #news #views
গোৰেশ্বৰৰ ৰামছাঝাৰত আমছুৰ গোৰেশ্বৰ আঞ্চলিক সমিতিৰ সাধাৰণ সভা#news24update #news #views #news #views
मुस्लिम समाज की कई शादियां कराई गई
मुस्लिम समाज की कई शादियां कराई गई
Flipkart Big Billion Day Sale 2023: मिलेगा तगड़ा डिस्काउंट, जानिए Android & iPhone की डील
Flipkart Big Billion Day Sale 2023: मिलेगा तगड़ा डिस्काउंट, जानिए Android & iPhone की डील
জাগুনৰ কথাচেমা প্ৰাথমিক বিদ্যালয়ত এক চুৰি কাণ্ড সংঘটিত হয়
জাগুনৰ কথাচেমা প্ৰাথমিক বিদ্যালয়ত এক চুৰি কাণ্ড সংঘটিত হয়
Motorcycle rally by BSF Jawans
Motorcycle rally by BSF Jawans