কাজিৰঙাত চৰম দৰিদ্ৰতাৰ মাজত দিন অতিবাহিত কৰিছে বৃদ্ধ দম্পতীয়ে।কন্যা সন্তানক লৈ পশ্চিম কাজিৰঙা গাওঁ পঞ্চায়তৰ অধীনৰ ৰঙাজানত দুৰ্বিসহ জীৱন যাপন বিৰবল গোৱালা আৰু সুকন্তী গোৱালাৰ।চৰকাৰী কোনো আচনিয়ে আজিপৰ্যন্ত ঢুকি পোৱা নাই পৰিয়ালটোক ফলত জৰাজীৰ্ণ এটা সৰু ঘৰতে বাস কৰিবলগীয়া হৈছে তেওলোকে।কংগ্ৰেছ চৰকাৰৰ দিনত তেওলোকক ঘৰ দিয়াৰ ব্যৱস্থা কৰা হৈছিল যদিও ১০ হাজাৰ টকা উৎকোচ দিব নোৱাৰাৰ বাবেই গৃহ লাভ নকৰিলে দম্পতিহালে।ইপিনে বৰ্তমান বিজেপি চৰকাৰৰ দিনতো পঞ্চায়তৰ ফালৰ পৰা বহুবাৰ ঘৰ দিয়া হ'ব বুলি প্ৰতিশ্ৰুতি দিয়া হৈছিল যদিও সকলো অসাৰ প্ৰতিপন্ন হল।সামান্য বতাহ, বৰষুণ আহিলেই আনৰ ঘৰত আশ্ৰয় লবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় পৰিয়ালটোৰ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ગત વરસની સરખામણી મા આ વરસે વરસાદ ઓછો... હાલ નદીઓમા નીર પણ નથી
ગત વરસની સરખામણી મા આ વરસે વરસાદ ઓછો... હાલ નદીઓમા નીર પણ નથી
બનાસકાંઠા જિલ્લાની તમામ શાળાઓ બે દિવસ શામાટે બંધ રહેશે જુઓ અહેવાલ/ સબંધ ભારત ન્યુઝ
બિપરજોય વાવાઝોડાના કારણે બનાસકાંઠા જિલ્લાની તમામ શાળાઓ બે દિવસ બંધ રહેશે / સબંધ ભારત ન્યુઝ
AAP targetting Centre to hide it's failures : Chugh
BJP national general secretary Tarun Chugh today lambasted Punjab chief minister Bhagwant Mann...
વડોદરા મહાનગર પાલિકા કચેરી માં આમ જનતા માટેના પ્રવેશ મુદ્દે સામાજિક કાર્યકર અતુલ ગામેચીએ રજૂઆત કરી
વડોદરા મહાનગર પાલિકા કચેરી માં આમ જનતા માટેના પ્રવેશ મુદ્દે સામાજિક કાર્યકર અતુલ ગામેચીએ રજૂઆત કરી