আজি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৪ সংখ্যক তিৰোভাৱ তিথি। তিথি উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ব্যাপক আয়োজনৰ লগতে হৰিনামৰ ধ্বনিৰে মুখৰিত ৰাজ্যৰ সত্ৰ-নামঘৰ। সমান্তৰাল ভাৱে ওদালগুৰি জিলাৰ বৰঙ্গাজুলি সত্ৰতো নাম-প্ৰসংগৰে মুখৰিত হৈ পৰিছে।জিলা খনৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱ সকল আহি উপস্থিত হয় বৰঙ্গাজুলি সত্ৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ তিৰোভাব তিথি উপলক্ষে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ડભોઇ નર્મદા નદીના પાણી ઓસરતા તંત્રએ રાહત અનુભવી
ડભોઇ નર્મદા નદીના પાણી ઓસરતા તંત્રએ રાહત અનુભવી
ICICI Bank Under Radar | Breakout के बाद All Time High की ओर चला है ये Stock, तुरंत ये कर लें
ICICI Bank Under Radar | Breakout के बाद All Time High की ओर चला है ये Stock, तुरंत ये कर लें
हंडरगुळी येथील मटका भादरावर वाढवणा पोलीसांची कारवाई
हंडरगुळी येथील मटका भादरावर वाढवणा पोलीसांची कारवाई
দেৰগাৱঁৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সকলো সময়তে সক্ৰিয় হৈ আছে আৰক্ষী
স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ দুটা দিন বাকী । এই সময় চোৱাত অতি তৎপৰ হোৱা দেখা গৈছে অসম আৰক্ষীক ।...