সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাৰ উদ্যোগত আৰু টিংখাং আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত টিংখাং মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজি ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱৰ ওপজা দিনৰ উপলক্ষে সদৌ অসম ছাত্ৰ সন্থাই গুৱাহাটীৰ দীঘলীপুখুৰী পাৰত অনুষ্ঠিত কৰা “ উদ্দীপনা’’ শীৰ্ষক বিশেষ অনুষ্ঠানৰ বাবে ডিব্ৰুগড় জিলাৰ মহাবিদ্যালয়ৰ পৰা এই বৰ্ষৰ শ্ৰেষ্ঠ গায়ক/গায়িকা বাচনি কৰিবলৈ সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাৰ উদ্যোগত আৰু টিংখাং আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত টিংখাং মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Gandhinagar: Modi@20: Dreams Meet Delivery પુસ્તક વિમોચન
ગાંધીનગર: ગુજરાતના બૌદ્ધિકો દ્વારા યોજવામાં આવેલા એક આનંદપ્રદ સમારંભમાં કેન્દ્રીય સંરક્ષણ મંત્રી...
নলবাৰীত আছুৰ বিক্ষোভকাৰী দলক আৰক্ষীৰ বাধা
সদৌ অসম ছাত্ৰ সন্থাৰ নিৰ্দেশ মৰ্মে আজি নলবাৰী জিলা ছাত্ৰ সন্থাই নলবাৰী চহৰত এটি প্ৰতিবাদী সমদল...
মৰাণত সংঘটিত হ'ল মৰেল পুলিচৰ ঘটনা, চুৰ কৰাৰ সন্দেহত এজনক খুঁটাত বান্ধি মাৰপিট ৰাইজৰ
মৰাণত সংঘটিত হ'ল মৰেল পুলিচৰ ঘটনা, চুৰ কৰাৰ সন্দেহত এজনক খুঁটাত বান্ধি মাৰপিট ৰাইজৰ
অসম যুৱ অলিম্পিক গেমছ-২০২২ৰ ওদালগুৰি জিলা ৰানাৰ্ছআপ দলক টংলাত বিপুল আদৰণি
অসম যুৱ অলিম্পিক গেমছ-২০২২■ৰাগবি খেলৰ ওদালগুৰি জিলা ৰানাৰ্ছআপ দলক টংলাত বিপুল আদৰণি■
एल एन माहेश्वरी परमार्थ न्यास देगा सरकारी स्कूल के बच्चों को निशुल्क शिक्षा, आवास एवं भोजन व्यवस्था
एल एन माहेश्वरी परमार्थ न्यास देगा सरकारी स्कूल के बच्चों को निशुल्क शिक्षा, आवास एवं भोजन व्यवस्था