লামডিংত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ। লামডিং ৰাজপথত সমদল কৰি বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ সন্মুখত উপস্থিত হৈ ৰূপায়ন কৰে এই প্ৰতিবাদী কাৰ্যসূচী।।প্ৰতিবাদত কংগ্ৰেছ নেতা দেৱব্ৰত সাহা, জিলা সভাপতি বিশ্বজিৎ ৰায় চৌধুৰী সহ অৰ্ধশতাধিক কংগ্ৰেছ কৰ্মীৰ অংশ । প্ৰতিবাদী সকলে বিদ্যুৎ মন্ত্ৰী হায় হায় স্মাৰ্ট মিটাৰ বন্ধ কৰক আদি শ্লোগানেৰে উত্তাল কৰে তোলে প্ৰতিবাদ স্থলী।