মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে আঠখেলীয়া নামঘৰলৈ ভক্তপ্ৰাণ ৰাইজক বিশুদ্ধ খোৱা পানী আৰু ফলৰ ৰসেৰে আপ্যায়ণ সদৌ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, গোলাঘাট জিলা সমিতিৰ। সংগঠনটোৰ গোলাঘাট জিলা সমিতিৰ সভাপতি মাধুৰ্য দাস আৰু সাধাৰণ সম্পাদক মামুদ আলীৰ নেতৃত্বত গোলাঘাট নগৰ আঞ্চলিক সমিতিয়ে ৰূপায়ণ কৰে এই কাৰ্যসূচী। উল্লেখ্য যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা গুৰুজনাৰ তিথি উপলক্ষ্যে উৎকট গৰমকো নেওচি আগমণ ঘটে ভক্তপ্ৰাণ ৰাইজৰ। গতিকে ভক্তপ্ৰাণ ৰাইজৰ সকাহ হোৱাকৈ এই কাৰ্যসূচী ৰূপায়ণ সংগঠনটোৰ। উক্ত কাৰ্যসূচীত সংগঠনটোৰ জিলা আৰু কেন্দ্ৰীয় সমিতিৰ কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
दूध देते नर बकरे, अजब गजब मामला
दूध देते नर बकरे
बुरहानपुर जिले में अजब - गजब मामला सामने आया है, दरअसल...
ৱৰ্ল্ড ভিশ্যন ইণ্ডিয়াৰ দ্বাৰা কুমাৰীকাটাত যুৱতীৰ এদিনীয়া ফুটবল খেল প্ৰতিযোগিতা
ৱৰ্ল্ড ভিশ্যন ইণ্ডিয়াৰ দ্বাৰা কুমাৰীকাটাত যুৱতীৰ এদিনীয়া ফুটবল খেল প্ৰতিযোগিতা। দিনযোৰ খেলৰ অন্তত...
મહુવા માર્કેટિંગયાર્ડના ચેરમેન દ્વારા આવતીકાલે યોજનાના રક્તદાન કેમ્પમાં સહયોગ આપવા અપીલ કરી
મહુવા માર્કેટિંગયાર્ડના ચેરમેન દ્વારા આવતીકાલે યોજનાના રક્તદાન કેમ્પમાં સહયોગ આપવા અપીલ કરી
बाड़मेर में इफको डीएपी एवं यूरिया उर्वरक की रैक पहुंची, किसान पूरे मौसम के लिए डीएपी एवं यूरिया उर्वरक एक साथ क्रय नही करें।
बाड़मेर, बाड़मेर जिले में रबी की फसलों के लिए पर्याप्त मात्रा में डीएपी एवं यूरिया उर्वरक उपलब्ध...