দিল্লী সংৰক্ষিত বনাঞ্চলত অৰুণাচলীৰ জৰীপ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিৱসাগৰ জিলা বন বিষয়াই। উল্লেখ্য যে বিগত ২৬ আগষ্টত লংডিং জিলাৰ কানুবাৰিত অনুষ্ঠিত হোৱা অসম আৰু অৰুণাচল প্ৰদেশ চৰকাৰৰ প্ৰতিনিধিৰ বৈঠক আৰু বিবদমান চৰাইপুং অঞ্চল পৰিদৰ্শনৰ পাছতেই অৰুণাচল প্ৰদেশৰ বন বিভাগে দিল্লী সংৰক্ষিত বনাঞ্চলৰ হালোৱা খণ্ডত জৰীপ আৰম্ভ কৰি সীমা নিৰ্ধাৰণৰ কুচ-কাৱাজ কৰিছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত এতিয়া অসন্তুষ্ট হৈ পৰিছে সীমান্তৱৰ্তী অঞ্চলৰ অসমৰ ৰাইজ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
उपचुनाव के बीच किसे बड़ा मैसेज दे गए डोटासरा? भजनलाल सरकार पर भी बोला हमला
कांग्रेस प्रदेश अध्यक्ष गोविंद सिंह डोटासरा (Govind Singh Dotasara) ने बीजेपी सरकार पर एक बार फिर...
तात्काळ शिक्षकांची नियुक्ती न केल्यास जिल्हापरिषद कार्यालय फोडू- विनायक भिसे यांचा इशारा
हिंगोली प्रतिनिधि/ गोपाल सातपुते
हिंगोली जिल्ह्यातील गोरेगाव येथे मागील सात वर्षापासून जिल्हा...
ન્યુટિસન કીટનું વિતરણ કરવામાં આવ્યું
ખેડબ્રહ્મા તાલુકાના ટીબીના દર્દીઓને,તાલુકા આરોગ્ય કચેરીના સ્ટાફ દ્વારા ન્યુટ્રીશન કીટ નું વિતરણ...