দিল্লী সংৰক্ষিত বনাঞ্চলত অৰুণাচলীৰ জৰীপ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিৱসাগৰ জিলা বন বিষয়াই। উল্লেখ্য যে বিগত ২৬ আগষ্টত লংডিং জিলাৰ কানুবাৰিত অনুষ্ঠিত হোৱা অসম আৰু অৰুণাচল প্ৰদেশ চৰকাৰৰ প্ৰতিনিধিৰ বৈঠক আৰু বিবদমান চৰাইপুং অঞ্চল পৰিদৰ্শনৰ পাছতেই অৰুণাচল প্ৰদেশৰ বন বিভাগে দিল্লী সংৰক্ষিত বনাঞ্চলৰ হালোৱা খণ্ডত জৰীপ আৰম্ভ কৰি সীমা নিৰ্ধাৰণৰ কুচ-কাৱাজ কৰিছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত এতিয়া অসন্তুষ্ট হৈ পৰিছে সীমান্তৱৰ্তী অঞ্চলৰ অসমৰ ৰাইজ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Breaking News: PM Modi के अमेरिकी दौरे से पहले Newyork में स्वामीनारायण मंदिर में तोड़फोड़ | Aaj Tak
Breaking News: PM Modi के अमेरिकी दौरे से पहले Newyork में स्वामीनारायण मंदिर में तोड़फोड़ | Aaj Tak
Breaking News: उपराष्ट्रपति Jagdeep Dhankhar के काफिले में हुई बड़ी चूक | Rajasthan | Aaj Tak
Breaking News: उपराष्ट्रपति Jagdeep Dhankhar के काफिले में हुई बड़ी चूक | Rajasthan | Aaj Tak
পথ সুৰক্ষা সজাগতাৰ লক্ষ্যৰে ঢকুৱাখনাৰ বাসুদেৱ কৌপাতনি অঞ্চলৰ পৰা ৮ যুৱকৰ চাইকেল ৰেলী আৰম্ভ
পথ সুৰক্ষা সজাগতাৰ লক্ষ্যৰে ঢকুৱাখনাৰ বাসুদেৱ কৌপাতনি অঞ্চলৰ পৰা ৮ যুৱকৰ চাইকেল ৰেলী আৰম্ভ ।