পবিত্ৰ ভাদ মাহত নামকীৰ্তনৰ মাজতে মেৰাপানীৰ একাধিক নামঘৰত চুৰিকাণ্ড। শংকৰদেৱৰ তিৰোভাৱ তিথিৰ দিনাই চোৰে লুটপাত চলালে নামঘৰত। অসমৰ প্ৰান্তে প্ৰান্তে পবিত্ৰ ভাদ মাহত নামঘৰত হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ থকাৰ সময়তে মেৰাপানীৰ ১ নং ওপৰ তৰানি ইন্দ্ৰপুৰ নামঘৰত সংঘটিত চুৰি কাণ্ডই অঞ্চলবাসীক চিন্তিত কৰি তুলিছে। দেওবাৰে পুৱতি নিশা কোনো দুৰ্বৃত্তই আজন্মৰ সেৱাস্থলিৰ মূল প্ৰবেশদ্বাৰৰ তলা ভাঙি প্ৰৱেশ কৰে।মনিকূটৰ তলা ভাঙি তিনিটা দানপাত্ৰৰ পৰা প্ৰায় 25000 টকা লৈ উধাও হয়। আজি মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ তিৰোভাৱ তিথি পালনৰ বাবে কৰ্ম কৰিবৰ হেতু পুৱা নামঘৰীয়া আহি ঘটনা প্ৰত্যক্ষ কৰে। নামঘৰৰ দান পাত্ৰত সোণ ৰূপৰ ফুল আছিল যদিও সেইবোৰত হাত নিদিলে চোৰে। ইফালে উক্ত নামঘৰৰ পৰা এক কিলোমিটাৰ নিলগৰ গড়বস্তিৰ অন্য এটি শিৱমন্দিৰটো চোৰে নগদ আঠ হাজাৰ টকা লৈ যায়। ঘটনাক লৈ নামঘৰ সমিতিয়ে মেৰাপানী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
शिक्षा के साथ कौशल विकास के लिए सह शैक्षिक गतिविधियां भी आवश्यक
शिक्षा के साथ कौशल विकास के लिए सह शैक्षिक गतिविधियां भी आवश्यकवार्षिकोत्सव “आगाज“...
SPOTNEWS_દાંતી ગામમાં નિરંકારી સેવાદળોએ રાહત ના કાર્યમાં કર્યો સહયોગ
SPOTNEWS_દાંતી ગામમાં નિરંકારી સેવાદળોએ રાહત ના કાર્યમાં કર્યો સહયોગ
શંખેશ્વરમાં મહિને ત્રણ લાખ લોકોની અવર જવર, છતાં સરખું બસ સ્ટેન્ડ નથી | SatyaNirbhay News Channel
શંખેશ્વરમાં મહિને ત્રણ લાખ લોકોની અવર જવર, છતાં સરખું બસ સ્ટેન્ડ નથી | SatyaNirbhay News Channel
ગોત્રી પ્રિયા સિનેમા રોડ વૃદ્ધનો મૃ-તદેહ મળી આવતા ચકચાર 2022 | Spark Today News Vadodara
ગોત્રી પ્રિયા સિનેમા રોડ વૃદ્ધનો મૃ-તદેહ મળી આવતા ચકચાર 2022 | Spark Today News Vadodara
5000 mAh बैटरी, 128GB स्टोरेज और 64MP कैमरे वाला ये मिल रहा है बहुत सस्ता, जानिए कीमत और ऑफर्स
Realme 11x 5G फोन को फ्लिपकार्ट पर कम कीमत में बिक्री के लिए उपलब्ध करवाया गया है। अगर यहां से इस...