পবিত্ৰ ভাদ মাহত নামকীৰ্তনৰ মাজতে মেৰাপানীৰ একাধিক নামঘৰত চুৰিকাণ্ড। শংকৰদেৱৰ তিৰোভাৱ তিথিৰ দিনাই চোৰে লুটপাত চলালে নামঘৰত। অসমৰ প্ৰান্তে প্ৰান্তে পবিত্ৰ ভাদ মাহত নামঘৰত হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ থকাৰ সময়তে মেৰাপানীৰ ১ নং ওপৰ তৰানি ইন্দ্ৰপুৰ নামঘৰত সংঘটিত চুৰি কাণ্ডই অঞ্চলবাসীক চিন্তিত কৰি তুলিছে। দেওবাৰে পুৱতি নিশা কোনো দুৰ্বৃত্তই আজন্মৰ সেৱাস্থলিৰ মূল প্ৰবেশদ্বাৰৰ তলা ভাঙি প্ৰৱেশ কৰে।মনিকূটৰ তলা ভাঙি তিনিটা দানপাত্ৰৰ পৰা প্ৰায় 25000 টকা লৈ উধাও হয়। আজি মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ তিৰোভাৱ তিথি পালনৰ বাবে কৰ্ম কৰিবৰ হেতু পুৱা নামঘৰীয়া আহি ঘটনা প্ৰত্যক্ষ কৰে। নামঘৰৰ দান পাত্ৰত সোণ ৰূপৰ ফুল আছিল যদিও সেইবোৰত হাত নিদিলে চোৰে। ইফালে উক্ত নামঘৰৰ পৰা এক কিলোমিটাৰ নিলগৰ গড়বস্তিৰ অন্য এটি শিৱমন্দিৰটো চোৰে নগদ আঠ হাজাৰ টকা লৈ যায়। ঘটনাক লৈ নামঘৰ সমিতিয়ে মেৰাপানী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
SDM को थप्पड़ मारने वाले नरेश मीणा की दूसरी बार कोर्ट में पेशी, 25 नवंबर तक न्यायिक हिरासत में भेजा
समरावता ग्राम में उपचुनाव के दौरान उपखंड अधिकारी के थप्पड़ मारने तथा पुलिस कार्रवाई में गिरफ्तारी...
જસદણ ના પૂર્વ ધારાસભ્ય ભોળાભાઈ ગોહિલે વિધાનસભાની ચૂંટણીમાં કોંગ્રેસમાં દાવેદારી નોંધાવી
જસદણ ના પૂર્વ ધારાસભ્ય ભોળાભાઈ ગોહિલે વિધાનસભાની ચૂંટણીમાં કોંગ્રેસમાં દાવેદારી નોંધાવી ખોડાભાઈ...
Israel Hamas War:हमास के हमलों में बचे इसराइली किस तरह कर रहे हैं सदमे से उबरने की कोशिश?(BBC Hindi)
Israel Hamas War:हमास के हमलों में बचे इसराइली किस तरह कर रहे हैं सदमे से उबरने की कोशिश?(BBC Hindi)
Assam: 'योजनाबद्ध हंगामों से सदन की गरिमा हो रही कम', लोकसभा अध्यक्ष बोले- हरेक गंभीर मुद्दे पर हो चर्चा
गुवाहाटी, लोकसभा अध्यक्ष ओम बिरला (Om Birla) ने विधानसभाओं के महत्व पर जोर देते हुए कहा कि...