লক্ষীমপুৰ চহৰৰ ষ্টেট বেংক অব ইণ্ডিয়াৰ মূল শাখাৰ লগতে থকা ATM টোত সোমবাৰে বিয়লি সংঘটিত হল অগ্নিকাণ্ডৰ ঘটনা । আকস্মিক ভাবে ধোৱা নিৰ্গত হয় ATM টোৰ পৰা । লগে লগে সেই স্থানত থকা ৰাইজৰ মাজত সৃষ্টি হয় হুৱা দুৱা পৰিস্থিতিৰ । ৰাইজৰ খবৰৰ ভিত্তিত ততাতৈয়াকৈ উপস্থিত হয় আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী । অগ্নি নিৰ্বাপক বাহিনীৰ লোকে ATM টোৰ ভিতৰ ভাগত প্ৰবেশ কৰি সংযোগ বিচিন্ন কৰি দিয়ে বিদ্যুত পৰিবাহী তাঁৰৰ । শ্ব্ত চাৰ্কিটৰ ফলত সংঘটিত এই অগ্নিকাণ্ডত বিশেষ কোনো ক্ষয় ক্ষতি নোহোৱাকৈ ৰক্ষা পৰিল ATM টো ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
આણંદ : આજે ચૂંટણી પંચ દ્વારા કરાઈ ચૂંટણી ની જાહેરાત.
આણંદ : આજે ચૂંટણી પંચ દ્વારા કરાઈ ચૂંટણી ની જાહેરાત.
মৰাণৰ বিধায়ক চক্ৰধৰ গগৈয়ে কৰিলে তিলৈজান মুণ্ডালাইন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভউদ্বোধন
মৰাণৰ বিধায়ক চক্ৰধৰ গগৈয়ে কৰিলে তিলৈজান মুণ্ডালাইন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভউদ্বোধন
મહુવા સુગરમિલમાં ખેડૂત સંમેલનમાં સી.આર.પાટીલે કંઈક આવું કહ્યું........
મહુવા સુગરમિલમાં ખેડૂત સંમેલનમાં સી.આર.પાટીલે કંઈક આવું કહ્યું........
माळशिरस तालुका अधिकारी प्रतिष्ठान संचलित ज्ञानसेतू स्पर्धा परीक्षा केंद्र माळशिरस आयोजित अकलूज मधील एक दिवसीय स्पर्धा परीक्षा मार्गदर्शन शिबिर संपन्न
माळशिरस तालुका अधिकारी प्रतिष्ठान संचलित ज्ञानसेतु स्पर्धा परीक्षाकेद्र माळशिरसच्या वतीने माळशिरस...
শদিয়াত ৰাষ্ট্ৰীয় পোষণ মাহ ২০২২ৰ উপলক্ষ্যে প্ৰভাত ফেৰী।
শদিয়াত ৰাষ্ট্ৰীয় পোষণ মাহ ২০২২ৰ উপলক্ষ্যে প্ৰভাত ফেৰী।