ফণীধৰ বৰদলৈ উচ্চ মাধ্যমিক বিদ্যালয়ত আজি অসমীয়া জাতিৰ গুৰিয়াল মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ তিৰোভাৱ তিথি ছাত্ৰ একতা সভাৰ দ্বাৰা দিনযোৰাকৈ নামকীৰ্তন, দিহানাম, বৰগীত আদি পৰিবেশন কৰে। মহাপুৰুষ জনাৰ কীৰ্তন পাঠ কৰে শিল্পী তথা এই বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উচ্চবৰ্গৰ সহায়ক তোষেশ্বৰ বৰাই।নামতি বিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নগেন গগৈ,ভক্ত নন্দেশ্বৰ বৰা, অৱসৰপ্ৰাপ্ত শিক্ষক মাধুৰ্য বৰা, বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী সকলে অংশগ্ৰহণ কৰে। বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী দিব্যা ঠাকুৰীয়া ই গুৰুজনা বিৰচিত এটি বৰগীত পৰিবেশন কৰে। ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক ইন্দ্ৰজিৎ নাথৰ নেতৃত্বত ছাত্ৰ-ছাত্ৰী সকলে দিহানাম পৰিবেশন কৰে। বিদ্যালয়ৰ শিক্ষক প্ৰয়াত মুনিন কুমাৰ বৰা সোঁৱৰণী ৰচনা প্ৰতিযোগিতাও দুটা শাখাত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত অনুষ্ঠিত হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Arvind Kejriwal ने RSS चीफ मोहन भागवत को लिखी चिट्ठी, पूछे ये पांच सवाल
आम आदमी पार्टी (AAP) के राष्ट्रीय संयोजक व दिल्ली के पूर्व मुख्यमंत्री अरविंद केजरीवाल ने...
नीट स्टूडेंट ने किया सुसाइड, उड़ीसा का रहने वाला था 9 महीने पहले कोटा आया था
शहर के विज्ञान नगर थाना क्षेत्र के अंबेडकर कॉलोनी में नीट की तैयारी कर रहे कोचिंग स्टूडेंट ने...
Women Traders के शेयर और निवेश से जुड़े सवालों के मिलेंगे जवाब|Saas, Bahu Aur Sensex | CNBC Awaaz
Women Traders के शेयर और निवेश से जुड़े सवालों के मिलेंगे जवाब|Saas, Bahu Aur Sensex | CNBC Awaaz
દ્વારકા ખાતે જન્માષ્ટમી દરમ્યાન પાર્કિંગ – નો પાર્કિંગ ઝોન અંગેનું જાહેરનામું
દ્વારકા ખાતે જન્માષ્ટમી દરમ્યાન પાર્કિંગ – નો પાર્કિંગ ઝોન અંગેનું જાહેરનામું