অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰাম্যোনোয়ন বিভাগৰ অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা মিছনৰ অধীনত কোকৰাঝাৰ জিলাৰ পাঁচটা উন্নয়ন খণ্ডৰ বিভিন্ন শিতানত কাম কৰি অহা ১৬৭ গৰাকী মহিলাক আজি সখী এক্সপ্ৰেছ আঁচনিৰ মাধ্যমত স্কুটী বিতৰণ কৰা হয়। কোকৰাঝাৰ চহৰৰ তিতাগুৰীস্থিত ইৰাগদাও সমূহীয়া ভৱনৰ চৌহদত আজি সখী এক্সপ্ৰেছ এছ ও পি আঁচনিৰ ২০২১-২২ বৰ্ষৰ স্কুটী বিতৰনৰে শুভাৰম্ভ কৰে বি টি আৰ প্ৰধান প্ৰমোদ বড়োই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Sunny Deol, Aamir Khan और राजकुमार संतोषी ने मिलाए हाथ, Lahore 1947 है फिल्म का नाम
Sunny Deol, Aamir Khan और राजकुमार संतोषी ने मिलाए हाथ, Lahore 1947 है फिल्म का नाम
માનગઢ ધામ ખાતે આદિવાસીઓ દ્વારા ૧૫૦૭ દીપ પ્રગટાવી શહીદોને શ્રદ્ધાંજલિ અર્પણ કરવામાં આવી.
દર વર્ષની જેમ તારિખ ૨૩/૧૦/૨૦૨૨ ના રોજ આદિવાસી પરિવાર તેમજ બિરસા ક્રેડિટ સોસાયટી દ્વારા માનગઢધામ...
ৰহা পতঞ্জলি আদৰ্শ যোগ শিবিৰত উপস্থিত পতঞ্জলি হৰিদ্বাৰৰ কেন্দ্ৰীয় প্ৰভাৰী ভাই ৰাকেশজী,কলে ৰহাত যোগৰ আদৰ্শ শ্ৰেনী চলি আছে।
বৰ্ষ ২০১৭পৰা ৰহাত বিনামূলীয়া কৈ যোগ শিবিৰ চলাই থকা ৰহা পতঞ্জলি আদৰ্শ যোগ শিবিৰত আজি পূবা উপস্থিত...