তিনিচুকীয়াত Mission Clean Tinsukia Green Tinsukia নামৰ বেচৰকাৰী সংস্থাৰ উদ্যোগত চাফাই অভিযান ।

সোমবাৰে পুৱাই তিনিচুকীয়াৰ বিভিন্ন স্থানৰ লগতে ঐতিহাসিক বেংমৰা পুখুৰীত চাফাই কাৰ্য্যসূচী ৰূপায়ণ কৰে বেচৰকাৰী সংস্থাটোৱে ।