বিগত এটা পষেক পূৰ্ৱে সৃষ্টি হোৱা প্ৰলয়ংকৰী বানে নাৰায়ণপুৰ ৰাজহচক্ৰৰ অন্তৰ্গত গৰিষ্ঠসংখ্যক কৃষকৰ কঠিয়া উটুৱাই নিয়াৰ লগতে নষ্ট কৰিছিল ৷ বানে গৰকা ৰাজহচক্ৰটোত নাৰায়ণপুৰ কৃষি চক্ৰ আৰু ধলপুৰ কৃষি চক্ৰৰ কৃষকৰ বাবে লখিমপুৰ জিলা কৃষি বিভাগৰ দ্বাৰা আৰ কে ভি ৱাই ২০২২-২৩ অধীনত কমিউনিটি নাচাৰী শীৰ্ষক আচনিৰ জৰিয়তে ধানৰ বীজ সিঁচা হয় ৷ পলমকে হ’লেও বানে মষিমুৰ কৰা কৃষকক কঠিয়া যোগানৰ বাবে কৃষি বিভাগৰ জৰিয়তে হাতত লোৱা উদ্যোগে দুৰ্ভগীয়া কৃষকসকলক যথেষ্ট সকাহ দিয়াৰ সম্ভাৱনা দেখা দিছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
গছৰ ওপৰত প্ৰকাণ্ড অজগৰ। মাজুলীৰ ভকতি দুৱাৰ গাঁৱত উদ্ধাৰ অজগৰডাল।
গছৰ ওপৰত প্ৰকাণ্ড অজগৰ। মাজুলীৰ ভকতি দুৱাৰ গাঁৱত উদ্ধাৰ অজগৰডাল।
Caste Census: 'जनगणना का काम तुरंत करें शुरू', राष्ट्रव्यापी Caste Census की मांग ने पकड़ा जोर, CM स्टालिन ने पेश किया प्रस्ताव
तमिलनाडु के मुख्यमंत्री एम.के. स्टालिन ने बुधवार को राज्य विधानसभा में एक प्रस्ताव पेश किया है।...
ભાવનગરના કયા તાલુકામાં બિરાજે છે સફેદ ધજા વાળા મહાદેવ
ભાવનગરમાં સફેદ ધજાવાળા મહાદેવના દુર્લભ દર્શન
ભગવાન કૃષ્ણ, પરશુરામ અને સ્વામી વિવેકાનંદ સહિતનાઓ...