মৰান গজালীলাইনত ফুটবল প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠানত দীখাৰি জিলা পৰিষদৰ সদস্যা শিখামণি তামুলী গগৈ

মৰান গজালীলাইন খেলপথাৰত ফুটবল প্ৰতিযোগিতাৰ সামৰণি আৰু পুৰস্কাৰ বিতৰণী অনুষ্ঠানত দীখাৰি জিলা পৰিষদৰ সদস্যা শিখামণি তামুলী গগৈ ভাগ লয পুৰস্কাৰ বিতৰণ কৰে । উক্ত অনুষ্ঠানত গজপুৰীয়া গাঁও পঞ্চায়তৰ সদস্যা টুতোমণি চুতীয়া, মৰাণ চহা বাগিচাৰ পালক তথা কল্যান বিভাগৰ বিষয়া মনটো বাহৈ আৰু বহুকেই গৰাকী সন্মানীয় ব্যক্তি উপস্থিত থাকে ।