বিগত এটা পষেক পূৰ্ৱে সৃষ্টি হোৱা প্ৰলয়ংকৰী বানে নাৰায়ণপুৰ ৰাজহচক্ৰৰ অন্তৰ্গত গৰিষ্ঠসংখ্যক কৃষকৰ কঠিয়া উটুৱাই নিয়াৰ লগতে নষ্ট কৰিছিল ৷ বানে গৰকা ৰাজহচক্ৰটোত নাৰায়ণপুৰ কৃষি চক্ৰ আৰু ধলপুৰ কৃষি চক্ৰৰ কৃষকৰ বাবে লখিমপুৰ জিলা কৃষি বিভাগৰ দ্বাৰা আৰ কে ভি ৱাই ২০২২-২৩ অধীনত কমিউনিটি নাচাৰী শীৰ্ষক আচনিৰ জৰিয়তে ধানৰ বীজ সিঁচা হয় ৷ পলমকে হ’লেও বানে মষিমুৰ কৰা কৃষকক কঠিয়া যোগানৰ বাবে কৃষি বিভাগৰ জৰিয়তে হাতত লোৱা উদ্যোগে দুৰ্ভগীয়া কৃষকসকলক যথেষ্ট সকাহ দিয়াৰ সম্ভাৱনা দেখা দিছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Raj Thackeray यांचा विदर्भ दौरा सुरु, CSMT स्थानकावर मनसे सैनिकांची गर्दी काय घडलं?
Raj Thackeray यांचा विदर्भ दौरा सुरु, CSMT स्थानकावर मनसे सैनिकांची गर्दी काय घडलं?
ફતેપુરા તાલુકા કન્યાશાળા ખાતે Celebrating Unity through Sports થીમ હેઠળ નેશનલ ગેમ અંગેની જાગૃતિ અભિયાન અંતર્ગત વિવિધ કાર્યક્રમો યોજાયા.
ફતેપુરા તાલુકાના કાળિયા વલુંડા ગામે આવેલ ફતેપુરા સરકારી કન્યા શાળા ખાતે "Celebrating Unity...
Loksabha Election 2024: Punjab में CM Arvind Kejriwal ने भरी हुंकार, 'काम किया तो वोट... | Aaj Tak
Loksabha Election 2024: Punjab में CM Arvind Kejriwal ने भरी हुंकार, 'काम किया तो वोट... | Aaj Tak
ৰহাৰ বাৰহপূজীয়া ত অকনিৰ কবিতা ঘৰ, অসমৰ বিশেষ কৰ্মশালা।
শিশু সকলৰ কবিতা পাঠেৰে মুখৰিত ।
১৯৯৪চনত শিশু ৰ সৰ্বাংগীন বিকাশ সাধনৰ বাবে স্থাপিত ব্যক্তিক্ৰম ধৰ্মী শিশু অনুষ্ঠান অকনিৰ কবিতা ঘৰ,...
राष्ट्रीय नाट्य विद्यालय 16 जुलाई से 14 अगस्त तक "आजादी का अमृत महोत्सव - 22वां भारत रंग महोत्सव, 2022 (आजादी खंड)" उत्सव आयोजित करेगा
भारत के विभिन्न शहरों में 30 नाटकों का मंचन किया जाएगा
भारत सरकार का संस्कृति मंत्रालय, भारत की आजादी के 75 साल के उत्सव को आजादी का अमृत महोत्सव के रूप...