বিগত এটা পষেক পূৰ্ৱে সৃষ্টি হোৱা প্ৰলয়ংকৰী বানে নাৰায়ণপুৰ ৰাজহচক্ৰৰ অন্তৰ্গত গৰিষ্ঠসংখ্যক কৃষকৰ কঠিয়া উটুৱাই নিয়াৰ লগতে নষ্ট কৰিছিল ৷ বানে গৰকা ৰাজহচক্ৰটোত নাৰায়ণপুৰ কৃষি চক্ৰ আৰু ধলপুৰ কৃষি চক্ৰৰ কৃষকৰ বাবে লখিমপুৰ জিলা কৃষি বিভাগৰ দ্বাৰা আৰ কে ভি ৱাই ২০২২-২৩ অধীনত কমিউনিটি নাচাৰী শীৰ্ষক আচনিৰ জৰিয়তে ধানৰ বীজ সিঁচা হয় ৷ পলমকে হ’লেও বানে মষিমুৰ কৰা কৃষকক কঠিয়া যোগানৰ বাবে কৃষি বিভাগৰ জৰিয়তে হাতত লোৱা উদ্যোগে দুৰ্ভগীয়া কৃষকসকলক যথেষ্ট সকাহ দিয়াৰ সম্ভাৱনা দেখা দিছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
રાધનપુર રામસેવા સમિતિ દ્વારા અનોખો ચકલી દિવસ ઉજવાયો | SatyaNirbhay News Channel
રાધનપુર રામસેવા સમિતિ દ્વારા અનોખો ચકલી દિવસ ઉજવાયો | SatyaNirbhay News Channel
कैबिनेट सब कमेटी की मीटिंग आज, राजस्थान के 17 नए जिलों पर होगा फैसला
गहलोत राज में बनाए गए 17 नए जिलों पर आज फैसला होना है। डिप्टी सीएम डॉ. प्रेमचंद बैरवा की...
ভাৰতীয় সেনাৰ উদ্যোগত পোন প্ৰথম বাৰৰ বাবে উত্তৰ পূবত অনুষ্ঠিত হৈছে Rising Sun Water festival
ভাৰতীয় সেনাৰ উদ্যোগত পোন প্ৰথম বাৰৰ বাবে উত্তৰ পূবত অনুষ্ঠিত হৈছে Rising Sun Water festival...
|| KAMO || ભાવનગર માં કમો મુખ્યમંત્રી ને મળ્યો અને પછી ભાષણ કર્યું....
|| KAMO || ભાવનગર માં કમો મુખ્યમંત્રી ને મળ્યો અને પછી ભાષણ કર્યું....
শিৱসাগৰৰ জ্যেষ্ঠ অধিবক্তা, সমাজকৰ্মী দিলীপ কুমাৰ বৰুৱাৰ পৰলোকপ্ৰাপ্তি/শিৱসাগৰত শোকৰ ছাঁ
শিৱসাগৰঃ শিৱসাগৰৰ আমোলাপট্টিৰ নিবাসী জ্যেষ্ঠ অধিবক্তা, সমাজকৰ্মী দিলীপ কুমাৰ বৰুৱায়ে যোৱা...