মৰাণত ডিব্ৰুগড় জিলা শৰীৰচৰ্চা প্রতিোগিতা অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত

Sponsored

ओम धगाल - पूर्व प्रदेश कार्यकारिणी सदस्य भाजपा युवा मोर्चा

ओम धगाल की और से हिंडोली विधानसभा क्षेत्र एवं बूंदी जिले वासियों को रौशनी के त्यौहार दीपावली की हार्दिक बधाई व शुभकामनाएं

মৰাণ এলপাইন ব'য়জ ক্লাৱ প্রাঙ্গনত আজি এখনি সভা অনুষ্ঠিত হয় l সভাত সভাপতিত্ব কৰে অৱণী বৰগোহাঁই l মৰাণত ডিব্ৰুগড় জিলা শৰীৰচৰ্চা প্রতিোগিতা খনি অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্রহন কৰা হয় l শৰীৰচৰ্চা সন্হাৰ ডিব্ৰুগড় জিলাৰ সাধাৰণ সম্পাদক ত্রিদীপ (মাণিক) গগৈ, টাইপাৰ কেন্দ্রিয় সমিতিৰ সা:সম্পাদক ৰুদ্রসাগৰ বুঢ়াগোহাঁই, সোণোৱাল কছাৰী ছাত্র সন্হাৰ সা:সম্পাদক বুধিন সোণোৱাল, মৰাণ আ:ব্যৱসায়ী সন্হাৰ সভাপতি ময়ুৰ বৰুৱা, কাজল দাস, ক্ৰীড়া সংগঠক ৰাচাদুল হ'কৰ লগতে বহুতো বিশিষ্ট ব্যক্তিয়ে সভাত বক্তব্য প্রদান কৰে l সভাত সৰ্ব্বসন্মতি ক্ৰমে শান্তুনু গগৈক-সভাপতি, ৰাণা মহন্তক কাৰ্যকৰী সভাপতি,ঋতু ছেত্রী আৰু সঞ্জীৱ গগৈক যুটীয়া সম্পাদক হিচাপে লৈ এখনি শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা হয় l