টিংখাঙৰ কদমনি উচ্চ মাধ্যমিক বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। দেওবাৰে প্ৰায় ৭ বজাত সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ ঘটনাৰ ফলত বিদ্যালয়খনৰ ৰান্ধনী শালটো সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে বিদ্যালয়ৰ মূল গৃহৰো বহু পৰিমাণে ক্ষতিসাধন হয়। অৱশ্যে স্থানীয় ৰাইজ আৰু অগ্নি-নিৰ্বাপক বাহিনীৰ তৎপৰতাত অধিক ক্ষয়-ক্ষতিৰ পৰা ৰক্ষা পৰে বিদ্যালয়খন। ঘটনাস্থলীত টিংখং আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে । কেনেদৰে এই অগ্নিকাণ্ড সংঘটিত হল সেই কাৰণ বৰ্তমান লৈকে জানিব পৰা হোৱা নাই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
बदलापुरात तृतीयपंथीयांचा रौप्य महोत्सवी गणेशोत्सव... #ganpati #ganpatibappamorya
बदलापुरात तृतीयपंथीयांचा रौप्य महोत्सवी गणेशोत्सव... #ganpati #ganpatibappamorya
મોંઘવારી અને બે રોજગારીએ લોકોનુ જીવવુ કરી નાખ્યુ છે હરામ.! ત્રણ પરિવારના 11 લોકોનો આપઘાત 5 ના મોત,
એક તરફ મોંઘવારીએ બધી હદો વટાવી દીધી છે તો બીજી તરફ બેરોજગારી સતત વધતા લોકોની આર્થીક સંકળામણના...
Tata Curvv कूप एसयूवी इस दिन मारेगी एंट्री, कंपनी ने किया लॉन्च डेट का एलान
Tata Motors अपने सोशल मीडिया पेज पर नई एसयूवी कूप के टीजर जारी कर रही है। ब्रांड की ओर से ये...
જેસરમાં નશાની હાલતમાં 2 ઝડપાયા,ગુનો નોંધવામાં આવ્યો
જેસરમાં નશાની હાલતમાં 2 ઝડપાયા,ગુનો નોંધવામાં આવ્યો