মৰাণ সমষ্টিৰ 153 নং কুশল নগৰ বুথত প্ৰধানমন্ত্ৰীৰ মন কী বাত্ অনুষ্ঠানত বিধায়ক চক্ৰধৰ গগৈ

মৰাণ সমষ্টিৰ 153 নং কুশল নগৰ বুথত আজি প্ৰধানমন্ত্ৰীৰ মন কী বাত্ অনুষ্ঠানত বিধায়ক চক্ৰধৰ গগৈ । কালি হৈ যোৱা বিধায়ক চক্ৰধৰ গগৈৰ দেউতাৰ শ্ৰাদ্ধৰ মণ্ডপতে আজি বহু শ্ৰোতা কৰ্মীৰ উপস্হিতিত অনুষ্ঠানটি শুনিলে বিধায়কে