মাজুলী জিলা গড়মূৰ অসামৰিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি।

ৰোগীৰ জীৱনক লৈ হেতালি 

১০৮ সেৱাৰ বাবে তিনি ঘন্টা ধৰি অপেক্ষা ৰোগীৰ আত্মীয়ৰ ৷

দুৰ্ঘটনাত পতিত হোৱা ৰোগীক ডিব্ৰুগড়লৈ ৰেফাৰ কৰাৰ পিছতো অপেক্ষা তিনি ঘন্টা 

শুনক ভুক্তভোগীৰ মুখেৰেই ৷