IPL আৰম্ভ হোৱাৰ পূৰ্ৱেই তিনিচুকীয়াত জিলা আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীৰ নিৰ্দেশত চলিছে অনলাইন ক্ৰিকেট জোৱাৰীৰ বিৰুদ্ধে অভিযান ৷ শনিবাৰে তিনিচুকীয়াৰ ডুমডুমাত আৰক্ষীয়ে অভিযান চলাই চাৰি ক্ৰিকেট জোৱাৰীক আটক কৰে ৷ আটকাধীন চাৰিগৰাকী ক্ৰমে বাপন সেন, উপেন্দ্ৰ পণ্ডিত, পিন্টু পণ্ডিত আৰু আমিনুল ইছলাম বুলি জানিব দিয়ে ডুমডুমা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই ৷ আটাইকেইগৰাকীক আৰক্ষীয়ে অধিক তথ্যৰ সন্ধানত জেৰা অব্যাহত ৰখাৰ লগতে উক্ত চক্ৰৰ স’তে জৰিত মূল ব্যক্তিৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
2023 है केतु का साल, इस मंत्र का करें जप, हर राशि को करना चाहिए यह उपाय, मिलेगा लाभ ही लाभ
साल 2023 का मूलांक 7 बन रहा है और अंक ज्योतिष में 7 मूलांक के स्वामी केतु हैं। केतु के कारण नया...
नामकीर्तन से भक्तिमय हुवा रोहा
रोहा बाजार सार्वजनीन दुर्गोत्सव उद्जापन समिति के सौजन्य से अनुष्टित दुर्गोत्सव के पुजा पंडाल में...
Breaking News: Goa Police को बड़ी सफलता की उम्मीद, बयान दर्ज कराने पहुंचे Suchana Seth के पति
Breaking News: Goa Police को बड़ी सफलता की उम्मीद, बयान दर्ज कराने पहुंचे Suchana Seth के पति
▶️BTR প্ৰধান প্ৰমোদ বড়োৰ অজ্ঞাতে AC গাড়ীৰ ভিতৰত চলে নেকি পৰিৱৰ্তন চৰকাৰৰ লেনদেন
▶️BTR প্ৰধান প্ৰমোদ বড়োৰ অজ্ঞাতে AC গাড়ীৰ ভিতৰত চলে নেকি পৰিৱৰ্তন চৰকাৰৰ লেনদেন
ચાઈનીઝ દોરી થી ઘાયલ કબુતરને લીમડી પોલીસે...
લીમડી પોલીસ દ્વારા માનવી ની સાથોસાથ જીવ ની પણ રક્ષા કરી આજરોજ ઉતરાયણ ના તેહવાર ના દિવસે પોલીસ ને...