IPL আৰম্ভ হোৱাৰ পূৰ্ৱেই তিনিচুকীয়াত জিলা আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীৰ নিৰ্দেশত চলিছে অনলাইন ক্ৰিকেট জোৱাৰীৰ বিৰুদ্ধে অভিযান ৷ শনিবাৰে তিনিচুকীয়াৰ ডুমডুমাত আৰক্ষীয়ে অভিযান চলাই চাৰি ক্ৰিকেট জোৱাৰীক আটক কৰে ৷ আটকাধীন চাৰিগৰাকী ক্ৰমে বাপন সেন, উপেন্দ্ৰ পণ্ডিত, পিন্টু পণ্ডিত আৰু আমিনুল ইছলাম বুলি জানিব দিয়ে ডুমডুমা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই ৷ আটাইকেইগৰাকীক আৰক্ষীয়ে অধিক তথ্যৰ সন্ধানত জেৰা অব্যাহত ৰখাৰ লগতে উক্ত চক্ৰৰ স’তে জৰিত মূল ব্যক্তিৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
श्रीजी हॉस्पिटल में MISS तकनीक द्वारा सूक्ष्म चीरे से स्लिप डिस्क का सफल ऑपरेशन
कोटा हार्ट एवं श्रीजी हॉस्पिटल में कमर दर्द की आम समस्या स्लिप डिस्क का आधुनिक मिनिमली इनवेसिव...
Honey Benefits: जानें शहद के फायदे, नुक्सान और असली शहद की पहचान! | Dr. Bimal Chhajer | SAAOL
Honey Benefits: जानें शहद के फायदे, नुक्सान और असली शहद की पहचान! | Dr. Bimal Chhajer | SAAOL
ইন্টাৰনেটত তথ্য আহৰণৰ ক্ষেত্ৰত দিল্লী আৰু মঙলদৈৰ শিক্ষাৰ্থীৰ মাজত ব্যৱধান শূন্য- দেবাঙ্গন শৰ্মা
" ইন্টাৰনেটৰ জৰিয়তে আজিৰ শিক্ষাৰ্থীয়ে পৃথিবীৰ যিকোনো ঠাইৰ পৰা মুহূৰ্ততে তথ্য সংগ্ৰহ কৰিব পাৰে ।...
Titan Share Q2 Results | Festive और शादियों में कैसी है Demand? आगे के Plans पर CFO संग चर्चा
Titan Share Q2 Results | Festive और शादियों में कैसी है Demand? आगे के Plans पर CFO संग चर्चा