লাকুৱা ৰাজগড় প্ৰগতি জেষ্ট নাগৰিক সন্মিলনৰ উদ্যোগত চোমনী গাঁও উদয়ন সংঘৰ সভাগৃহত আয়োজন কৰা হয় অভিনন্দন অনুষ্ঠান ।আজিৰ এই অনুষ্ঠানত বৃহত্বৰ শিমলুগুৰি, লাকুৱা, দ'লবাগান পৰীক্ষা কেন্দ্ৰৰ ভিতৰত সৰ্বোচ্চ ৯৭.৩৩ % নম্বৰ লাভ কৰা শিমলুগুৰি শংকৰদেৱ শিশু নিকেতনৰ পৰা উত্তীৰ্ণ হোৱা ৰাহুল বৰুৱাক টংকেশ্বৰ সন্দিকৈ সোঁৱৰণী বঁটাৰে বিশেষ ভাবে অভিনন্দন জ্ঞাপন কৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
এখন যাত্ৰীবাহী টেম্পু আৰু বাইকৰ মাজত সংঘটিত পথ দুৰ্ঘটনা
বৰ্মা বজাৰৰ সমীপত এখন যাত্ৰী বাঢ়ি টেম্পু আৰু এখন বাইকৰ মাজত সংঘটিত হৈছে পথ দুৰ্ঘটনাটো।
ભાવનગર માં પ્રથમ કાવડ યાત્રા નીકળશે.
ભાવનગર માં પ્રથમ કાવડ યાત્રા નીકળશે.
ঢকুৱাখনাত মহিলাৰ ভাওনা আৰু মহিলা ভাওনাই জীপাল শৰৎতৰ এটি নিশা
ঢকুৱাখনাত মহিলাৰ ভাওনা আৰু মহিলা ভাওনাই জীপাল শৰৎতৰ এটি নিশা
ঢকুৱাখনা সাপতিয়া গাঁৱৰ মহিলা দ্বাৰা...
7 Indian Foods To Boost Testosterone | अब घर बैठे Testosterone बढ़ाओ
7 Indian Foods To Boost Testosterone | अब घर बैठे Testosterone बढ़ाओ
২৫ খন ৰাজ্য চাইকেলেৰে পৰিভ্ৰমন কৰি ৰঙিয়াৰ উপস্থিত হয় সুদূৰ ঝাৰখণ্ড জামছেদপুৰৰ যুৱক অধিৰাজ বৰুৱা
২৫ খন ৰাজ্য চাইকেলেৰে পৰিভ্ৰমন কৰি ৰঙিয়াৰ উপস্থিত হয় সুদূৰ ঝাৰখণ্ড জামছেদপুৰৰ যুৱক অধিৰাজ বৰুৱা