তিতাবৰ মহকুমাৰ অসম-নাগালেণ্ড সীমান্তত থকা পানীখেতি স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰত আজি চৰকাৰী নিৰ্দেশ মৰ্মে জন আৰোগ্য সমিতি গঠনৰ উদ্দেশ্যে এক ৰাজহুৱা সভা অনুষ্ঠিত হয়। সেয়ে স্থানীয় সমাজকৰ্মী কমল দাসৰ সভাপতিত্বত আৰু স্বাস্থ্যকৰ্মী মৃদুল টাকুৱে আঁত ধৰা সভাত উদ্দেশ্য বাখ্য কৰে কেন্দ্ৰটোৰ স্বাস্থ্য আৰু কল্যান বিষয়া বাখৰ জ্যোতি দাসে। সভাত কেন্দ্ৰটোৰ বিভিন্ন দিশ আৰু গঠন হ'ব লগা সমিতিখনৰ কৰণীয় দিশসমূহৰ সন্দৰ্ভত নিজৰ মত প্ৰকাশ কৰি চমু বক্তব্য প্ৰদান কৰে সাংবাদিক অজয় শইকীয়া আৰু ৱাৰ্ড সদস্য জয়ন্ত হাজৰিকাই। সভাত উপস্থিত ৰাইজৰ সন্মতি আৰু চৰকাৰী নিৰ্দেশনা অনুসৰি লোহিত শইকীয়াক সভাপতি, ডাঃ সৌৰভ বৰাক সহকাৰী চেয়াৰ পাৰ্চন, কমল দাসক উপ সভাপতি, স্বাস্থ্য আৰু কল্যান বিষয়া বাখৰ জ্যোতি দাসক সম্পাদক আৰু অজয় শইকীয়া, বীৰেণ গগৈ, জয়ন্ত হাজৰিকা, ৰবীন চুতীয়া, কুঞ্জলতা চুতীয়া, দিগন্ত বৰা, লক্ষী শইকীয়া, হেম কছাৰী, মৃদুল টাকু, জুৰি হাজৰিকা, ৰূপা গগৈ, ৰুনো চুতীয়া, কাশ্মীৰী শইকীয়া, নৱজ্যোতি হাজৰিকা, লক্ষীমাই বৰা, আনন্দ শেনচুৱা, যতীন বৰাক সদস্য হিচাপে এখন পূৰ্ণাংগ সমিতি গঠন কৰে। আগন্তুক দিনত সমিতিখনে কেন্দ্ৰটোৰ উন্নয়ণ হকে বিভিন্ন পদক্ষেপ গ্ৰহণৰো সিদ্ধান্ত গ্ৰহণ কৰে ।।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
अशोक गहलोत को जल्द मिलेगी बड़ी जिम्मेदारी, राष्ट्रीय उपाध्यक्ष या चुनाव महासचिव बनाए जाने की संभावना
कांग्रेस के कद्दावर नेता और पूर्व मुख्यमंत्री अशोक गहलोत को जल्द एक बड़ी जिम्मेदारी मिल सकती है....
Mercedes New GLS | कंपनी की 2024 में 12 कार लॉन्च करने की योजना, 10 नए शहरों में करेंगे एंट्री
Mercedes New GLS | कंपनी की 2024 में 12 कार लॉन्च करने की योजना, 10 नए शहरों में करेंगे एंट्री
ધાનેરામાં સગીરાને ભગાડી જનાર મહીલા સહીત 4 શખ્સો સામે ફરિયાદ નોંધાઇ
ધાનેરામાં રહેતી સગીરાને તા. 14 સપ્ટેમ્બર-2023 ના રોજ સેધાભાઈ ઉર્ફે કાનાભાઈ ઈશ્વરભાઈ બારોટ ભગાડી...
ખોખરા વિસ્તારમાં પોલીસ સ્ટેશન પાસે પીવાના પાણીની પાઇપલાઇનમાં ભંગાણ સર્જાયું
અમદાવાદના ખોખરા વિસ્તારમાં પોલીસ સ્ટેશન પાસે આજે વહેલી સવારે પીવાના પાણીની પાઇપલાઇનમાં ભંગાણ...
શેરબજારમાં આજે બ્લેક મન્ડે | MantavyaNews
શેરબજારમાં આજે બ્લેક મન્ડે | MantavyaNews