নলবাৰী জিলাৰ উলাবড়ীত আজি আবেলি এখন যাত্ৰীবাহী বাছ নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাগ্ৰস্ত হয়৷উল্লেখ্য যে আজি আবেলি বাছখনে বিজুলীঘাটৰ পৰা কমাৰকুছি অভিমুখে আহি থাকোতে নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনা হোৱাৰ ফলত এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ এটা পৰিয়ালৰ বিস্তৰ ক্ষতি সাধন কৰে৷অবেশ্যই বাছখনৰ যাত্ৰী অথবা অন্য কোনো লোকৰ কোনো ধৰনৰ গুৰুতৰ আঘাট পোৱা নাই বুলি জানিব পৰা গৈছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
व्हिडिओ व्हायरल प्रकरणी अफवांवर विश्वास ठेऊ नका : SSP विवेक सोनी
पंजाब: मोहाली येथील चंदीगड विद्यापीठातील ६० विद्यार्थिनींचा एक आक्षेपार्ह व्हिडिओ व्हायरल...