মাজুলীৰ আলোক সন্ধানী কামজান এলেঙী শালমৰা পুথিভঁৰাল আৰু শংকৰ-মাধৱ নাট্যগোষ্ঠী, শালমৰাৰ যৌথ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিৰ আয়োজন ।