- আজি ৰাজ্য চৰকাৰৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা । ২৫খন জিলাত অৱতীৰ্ণ হ’ব ৯ লক্ষাধিক প্ৰাৰ্থী । পুৱা ১০ বজাৰ পাৰ ১২ বজালৈ, বিয়লি ২-৪ বজালৈ পৰীক্ষা । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে শোনিতপুৰ লখৰাৰ কেন্দ্ৰী য় বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰটো কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে । কেন্দ্ৰীয় বিদ্যালয়খনত মুঠ ৩৩০ গৰাকী প্ৰাৰ্থী অৱৰ্তীন হ'ব ।একেদৰে শোনিতপুৰ জিলাৰ ৬৭টা কেন্দ্ৰত মুঠ ৩১৪৯৬ জন পৰিক্ষাৰ্থী অৱতীৰ্ণ হৈছে। চাৰিদুৱাৰ থানাৰ অন্তৰ্গত মুঠ ১০৮০ গৰাকী অৱতীৰ্ন হৈছে
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Opposition alliance : सनातन धर्म वाले बयान पर जारी है हंगामा | ABP GANGA
Opposition alliance : सनातन धर्म वाले बयान पर जारी है हंगामा | ABP GANGA
પાલીગામમાં ગેસ લિકેજ થતા ભડકેલી આગમાં ત્રણ મિત્ર દાઝી ગયા.
સચિન, પાલીગામમાં ગેસ લિકેજ થતા ભડકેલી આગમાં ત્રણ મિત્ર દાઝી ગયા મંગળવારે રસોઈ બનાવટી વખતે...
દિલ્હી નગર નિગમની ચૂંટણીમાં ટિકિટ વેચવાના આરોપમા AAPના ધારાસભ્ય ગુલાબસિંહના કાર્યકર્તાઓ દ્વારા પીટાઈ
દિલ્હી નગર નિગમની ચૂંટણીમાં ટિકિટ વેચવાના આરોપમા AAPના ધારાસભ્ય ગુલાબસિંહના કાર્યકર્તાઓ દ્વારા પીટાઈ
নাজিৰা মহকুমা প্ৰশাসনৰ উদ্যোগত আৰু নাজিৰা মহকুমা পুথিভঁৰালৰ উদ্যোগত " গ্ৰন্থদান " শীৰ্ষক ব্যতিক্ৰমী কাৰ্যসূচী
আজি নাজিৰা মহকুমা প্ৰশাসনৰ উদ্যোগত আৰু নাজিৰা মহকুমা পুথিভঁৰালৰ সহযোগত বীৰ লাচিত বৰফুকনৰ ৪০০...
Viratnagar Murder Case :Prime accused still out of police reach |Ahmedabad |Gujarat |TV9GujaratiNews
Viratnagar Murder Case :Prime accused still out of police reach |Ahmedabad |Gujarat |TV9GujaratiNews