সমগ্ৰ ৰাজ্যতে আজি অসম চৰকাৰৰ তৃতীয় বৰ্গৰ চাকৰি প্ৰাৰ্থীৰ লিখিত পৰীক্ষা অনুষ্ঠিত হৈছে৷উক্ত পৰীক্ষাক লৈ জিলা প্ৰশাসন ব্যস্ত হৈ পৰিছে৷সমগ্ৰ ৰাজ্যতে ইন্টাৰনেট সংযোগ বিচিন্ন কৰি কটকটীয়া নিৰপত্তাৰ মাজত অনুষ্ঠিত কৰিছে পৰীক্ষা৷এই ক্ষেত্ৰত কামৰূপ জিলা প্ৰশাসনো তৎপৰ হৈ পৰিছে৷আজি ৰঙিয়া মহকুমাৰ দক্ষিণ দিশৰ পশ্চিম বড়িগোগটো দুটাকৈ কেন্দ্ৰত অনুষ্ঠিত হৈছে পৰীক্ষা৷পশ্চিম বড়িগোগ আঞ্চলিক কলেজ আৰু পশ্চিম বড়িগোগ আঞ্চলিক চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ কেন্দ্ৰ দুটাত কামৰূপৰ উপায়ুক্ত কীৰ্তি জ্বলি আৰু কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায় সমন্বিতে কেইবাজনো বিষয়া উপস্থিত হৈ প্ৰাৰ্থী সকলক চকলেট আৰু কলমৰে শুভেচ্ছা জনাই৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
શહેનશાહે સુફી સંત હઝરત સૈયદ ફખરૂદ્દીન ઉર્ફે અમીરમીયા રિફાઈ બાવાના 182 માં ઉર્ષની ઉજવણી કરાઈ
શહેનશાહે સુફી સંત હઝરત સૈયદ ફખરૂદ્દીન ઉર્ફે અમીરમીયા રિફાઈ બાવાના 182 માં ઉર્ષની ઉજવણી કરાઈ
શ્રી ગોવિંદ ગુરુ યુનિવર્સિટી ગુજરાતી વિભાગ ખાતે શ્રી ઉમાશંકર જોશી જન્મજયંતિ નિમિત્તે કાર્યક્રમ યોજાયો.
શ્રી ગોવિંદ ગુરુ યુનિવર્સિટીના ગુજરાતી વિભાગ ખાતે જ્ઞાનપીઠ વિજેતા શ્રી ઉમાશંકર જોશીને ૧૧૨મી...
MP Weather: आज से मौसम में आएगा बड़ा बदलाव, बारिश के आसार बरकरार।
MP Weather: आज से मौसम में आएगा बड़ा बदलाव, बारिश के आसार बरकरार।
एक लंबे समय के बाद...
शिरुर तालुक्यात ऊस तोडताना आढळले बिबट्याचे चार बछडे...
शिरुर: शिरुर तालुक्यातील पिंपरखेड येथे ऊसतोडणी सुरु असताना बिबट्याचे अंदाजे दहा दिवसांचे चार लहान...