বানপানী গৰাখহনীয়া সমস্যা সমাধানৰ দাবীত গণ অভিৱৰ্তন ।

দৰং জিলাৰ সাহিত্য সভা ভৱনত অনুষ্ঠিত কৰে এই সভাখন।

২৮জুলাই ,২০২২ বৃহস্পতি বাৰে অসমৰ বানপানী গৰাখহনীয়া সমস্যা সমাধানৰ দাবীত উপায়ুক্ত স্মাৰক প্ৰত্ৰ প্ৰদান কৰে।