মৰিগাঁৱত চালান বিহীনভাবে বালি কঢ়িওৱা দুখনকৈ ট্ৰাক জব্দ কৰে মৰিগাঁও বন বিভাগে । জাগীৰোড মৰিগাঁও পথৰ বাচনাঘাটত AS-01-MC1052 নম্বৰৰ ডাম্পাৰখন আৰু বাৰপূজীয়াত ASU-6755 নম্বৰৰ আন এখন চালান বিহীন বালি ভৰ্তি ট্ৰাক বন বিভাগৰ তহলদাৰী দলে জব্দ কৰি বিভাগীয় প্ৰক্ৰিয়াৰে ব্যৱস্থা লব বুলি জানিবলৈ দিয়ে মৰিগাঁও আঞ্চলিক বন বিভাগৰ বিষয়াই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ধুলাৰ ইন্তাজ আলীয়ে পলুৱাই নিলে আদিবাসী ছোৱালী জনীক : লম্পট ইন্তাজ আলী আটক
ধুলা ৰ ইন্তাজ আলীয়ে পলুৱাই নিলে আদিবাসী ছোৱালী জনীক : উদ্ধাৰ ছোৱালী : লম্পট ইন্তাজ আলী আটক
Loksabha Election 2024: Anantnag लोकसभा सीट से Ghulam Nabi Azad ने क्यों नाम लिया वापस ? | Aaj Tak
Loksabha Election 2024: Anantnag लोकसभा सीट से Ghulam Nabi Azad ने क्यों नाम लिया वापस ? | Aaj Tak
গোলাঘাটত আলোচনা চক্ৰ আৰু গ্ৰন্থ উন্মোচনী সভাঃ টেঙানী শীৰ্ষক গ্ৰন্থ উন্মোচন
গোলাঘাট শিশু ভৱনত নতুন সাহিত্য পৰিষদৰ উদ্যোগত আজি এখনি আলোচনা চক্ৰ আৰু গ্ৰন্থ উন্মোচনী সভা...
চাপৰমুখ আড্ডাৰ বলবম ভক্ত সকলৰ মাজত জল সেৱা।চাপৰমুখ ভুতনাথ মন্দিৰত শতাধিক ভক্তৰ সমাগম।হৰ হৰ মহাদেৱ জাপেৰে ভক্তিময় ক্ষেত্ৰ।
পবিত্ৰ শাওন মাহৰ আজি ৩য় সোমবাৰ।সমগ্ৰ ৰাজ্যৰ লগতে বৃহতৰ ৰহা,চাপৰমুখ ৰ বিভিন্ন শিব মন্দিৰত পূবাৰ...
दयाराम दहायत के घर में लगी आग गृहस्ती का सामान जलकर खाक
पन्ना जिले के अमानगंज थाना क्षेत्र अंतर्गत आने वाले तिघरा ग्राम में...